19.9 C
Guwahati
Tuesday, January 21, 2020
  • Home
  • Videos
  • T8 Radio
More

    মহাৰাষ্ট্ৰত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীৰ দলে

    ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক মঞ্চত উজলি উঠা গায়ন বায়নৰ নান্দনিক পৰিৱেশনে সন্মোহিত কৰে উপস্থিত দৰ্শকক

    Breaking: আন এটা স্বৰ্ণপদক অৰ্জন অসমৰ শিৱাংগী শৰ্মাৰ

    দেওবাৰেও ১০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত ব্যক্তিগত সোণৰ পদক আজুৰিছিল সাঁতোৰবিদগৰাকীয়ে। শনিবাৰেও ৪০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত সোণৰ পদক আজুৰিবলৈ সক্ষম হৈছিল শিৱাংগী শৰ্মাই

    ৩৫ কোটি টকাত উবেৰ ইটছৰ স্বত্ব কিনিলে জমেট’ৱে

    মঙলবাৰৰ নিশা ৩ বজাত সম্পন্ন হয় এই চুক্তিৰ

    Breaking:হাউলীত ট্ৰাকৰ খুন্দাত দুয়োখন ভৰি দেহৰ পৰা বিচ্ছিন্ন পথচাৰীৰ

    দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01 GC 8520

    “ইচ্ছামৃত্যু” বিচাৰি বেতন বঞ্চিত শিক্ষকৰ ৰাষ্ট্রপতি-ৰাজ্যপাললৈ আবেদন

    শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে

    Breaking: ‘কা’ বিৰোধিতাৰে যোৰহাটত মুণ্ডন কাৰ্যসূচী

    তিনিজন সদস্যই মুণ্ডন কৰি কৰে 'কা'ৰ বিৰোধীতা

    সৰুসজাইত মুখ্যমন্ত্ৰী যুৱ সমাৰোহ কাৰ্যসূচীত অভিনেতা বিবেক অবেৰয়

    মুখ্যমন্ত্ৰী যুৱ সমাৰোহৰ এই অনুষ্ঠানত অংশগ্ৰহণ প্ৰায় ১১০খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

    Breaking: পলাশবাৰীত পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন

    আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়

    মূল্যবৃদ্ধিৰ হাতোৰা এইবাৰ মিঠাতেলৰ ৰূপত

    কিছুদিন পূৰ্বে থকা প্ৰতি লিটাৰ ৮০ টকা মূল্যৰ স্থানীয় উৎপাদিত সৰিয়হৰ তেল বৰ্তমানে ১০০ টকা হৈছে

    শুৱালকুছিত নিশা একেলগে চাৰিটা মন্দিৰত চুৰিকাণ্ড

    চোৰে লুটি নিলে মন্দিৰ কেইটাৰ সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে দানপাত্ৰৰ নগদ ধন

    Breaking:ৰে’লৱে লাইনত উদ্ধাৰ যুৱক-যুৱতীৰ ছিন্নভিন্ন মৃতদেহ

    প্ৰেমজনিত কাৰণত ৰে'লৰ আগত পৰি আত্মহত্যাৰ সন্দেহ

    আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ যোগেন মোহনৰ

    টাই আহোম পৰম্পৰাৰে পূজা কৰি মন্ত্ৰীৰ দায়িত্ব ল'লে নৱ নিযুক্ত মন্ত্ৰীগৰাকীয়ে

    ৰাজপথতে বাগৰিল বাছ,সংকটজনক অৱস্থাত যাত্ৰী

    চালকজনে সুৰাপান কৰি বাছখন তীব্ৰ বেগত চলোৱাৰ বাবে এই ঘটনা সংঘটিত হয়

    Breaking: চৰাইদেউৰ সাপেখাতীত নিশা বোমা বিস্ফোৰণ

    প্ৰচণ্ড বিস্ফোৰণৰ শব্দই জোঁকাৰি গ'ল সাপেখাতী

    ২২ জানুৱাৰীত TOTAL SHUT DOWN কাৰ্যসূচী

    উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচী ছাত্ৰ সমাজৰ

    Breaking: মৰানত আদিবাসী উগ্ৰপন্থী সংগঠন ‘আনলা’ৰ ২ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ

    যোৰহাটৰ পৰা মৰানলৈ বাছত গৈ থকা অৱস্থাত মৰানৰ চেপনত গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ আনলা সদস্য দুজনক

    UTC জৰিয়তে অবড়োক প্ৰতাৰণা কৰিলে BTCৰ পৰাই আৰম্ভ হ’ব বিকল্প ৰাজনৈতিক দলঃ নৱ কুমাৰ শৰণীয়া

    UTCক আমি মানি লম যদি অসমক বিখণ্ডিত কৰাৰ চেষ্টা কৰা নহয়। সংবাদমেলত এই মন্তব্য সাংসদ শৰণীয়াৰ

    গৃহ চহৰতে আছুৰ প্ৰতিবাদৰ সন্মুখীন হ’ল সাংসদ তপন কুমাৰ গগৈ

    চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি ওলাই অহাৰ পিছতে আছুৰ প্ৰতিবাদৰ সন্মুখীন হ'ল প্ৰাক্তন আছুনেতা তথা সাংসদ তপন গগৈ

    অসমৰ এজনেই জ্ঞানী মানুহ আছে সেইজনেই হিমন্ত বিশ্ব শৰ্মাঃ তৰুণ গগৈ

    গগৈকটো বাদেই দিয়ক, হিমন্তই সোণোৱাল, বৰা শইকীয়া কাকো খাতিৰ নকৰে। খাতিৰ কৰে কেৱল অমিত শ্বাহ আৰু মোদীক। সেইবোৰো আকৌ অস্থায়ী খাতিৰ। এই মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ গগৈৰ

    OPINION

    Assam’s Lonely Battle

    The issues and narratives of Assam on various matters in different platforms have always been a lonely path. Matters relating to the...

    জৈৱিক চাহ-খেতিৰ বাটকটীয়া গোবিন হাজৰিকা

    পৰম্পৰাগতভাৱে যিসকলে কৃষি কাৰ্য কৰিছিল তেওঁলোকেই আছিল প্ৰাকৃতিকভাৱে জৈৱিক খেতিয়ক। কিন্তু চাহ উদ্যোগত জৈৱিক কৃষি অকল্পনীয় আছিল। সেই সময়তে গোবিন হাজৰিকাই আৰম্ভ কৰিছিল জৈৱিক খেতি

    A Tribute To The Iconic Rupkonwar Jyoti Prasad Agarwala

    January 17, celebrated as Shilpi Divas, is truly an important day in the history of Assam. This day left a void many...

    টোল গেট আৰু অখিল গগৈৰ গ্ৰেপ্তাৰ!

    ভাবিবলৈ লৈছো CAA বিৰোধী আন্দোলনৰ আলম লৈ অখিল গগৈক গ্ৰেপ্তাৰৰ আঁৰত টোলগেট মুকলিৰ সংযোগ আছে