Skip to content

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক বিজেপি কাৰ্যালয়ত প্ৰৱেশত বাধা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ সন্মুখতে প্ৰতিবাদ পুৰণি বিজেপিৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

BREAKING: প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানকলৈ হাইলাকান্দিত প্ৰতিবাদ। বিজেপি ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত পুৰণি বিজেপি কৰ্মীৰ।

দলীয় কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ পৰে হাইলাকান্দিৰ জিলা বিজেপি কাৰ্যালয়। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক বিজেপিত অন্তৰ্ভূক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ সাধাৰণ কৰ্মীসকলে। লগতে জিলা সভাপতি সুব্ৰত নাথৰ পদত্যাগ দাবী কৰে সাধাৰণ কৰ্মীসকলে।

Guwahati | Edited by: Dulu Medhi | First Published: Aug 13, 2019

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp