ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট(SDF) নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ বাদে দলৰ আটাইকেইজন বিধায়ক আৰু অন্য সদস্যসকল বিজেপিত যোগদান।
বিজেপি নেতা ৰাম মাধৱৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰে SDFৰ বিধায়কসকলে। চামলিঙসহ আন ৩গৰাকী বিধায়ক থাকিল দলত।
এই যোগদানৰ ফলত বিজেপিয়ে ছিকিম বিধানসভাত বিৰোধী দলপতিৰ পদবীও লাভ কৰিব।