29 C
Guwahati
Sunday, July 12, 2020
  • Home
  • Videos
  • TIMECAST
More

    বিজেপিয়ে ছচিয়েল মিডিয়া যোগে সম্প্ৰচাৰ চলাব ২০২১ৰ নিৰ্বাচনঃ ৰণজিৎ দাস

    ১০০ আসন পোৱাৰ লক্ষ্যৰে নামিব অহা নিৰ্বাচনত

    কৰ’ণা ধ্বংসৰ যুঁজ তুংগত থকা সময়তে ৰাজ্যত সমাগত ২০২১ৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ ইতিমধ্যে ৰণকৌশল সাজু কৰিছে সকলো ৰাজনীতিকেই। যদিহে সকলো থিকে থাকে তেন্তে ২০২১ৰ ১ জনুত অসমত নতুন চৰকাৰ গঠন হ’ব। ইয়াৰ মাজতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে আগবঢ়াই এক গুৰুত্বপূৰ্ণ মন্তব্য। ছচিয়েল মিডিয়া যোগে পৰৱৰ্তী নিৰ্ৱাচনৰ সম্প্ৰচাৰ চলাব বিজেপিয়ে। ইয়াপ বাবে ব্যৱহাৰ কৰিব ফেচবুক লাইভ, টুইটাৰ আদি। ১০০ আসন পোৱাৰ লক্ষ্যৰে নামিব অহা নিৰ্বাচনত।

    ৰাজ্যিক বিজেপিৰ কায্যলয়ত আজি জনুৰ ১ তাৰিখে এখন সংবাদমেলৰো আয়োজন কৰে সভাপতি ৰণজিৎ দাসে। মোডী চৰকাৰৰ সফল বৰ্ষপুতিৰ বাবে ৰাজ্যিক বিজেপি ফালৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে দাসে। মোডী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ প্ৰথম বৰ্ষপুতিত বহু ঐতিহাসিক কাম সম্পুৰ্ণ কৰিছে বুলি দোহাৰে৷

    তিনি তালাক, ৰাম মন্দিৰ, নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি দেশৰ জনসাধাৰণক যি উপকৃত কৰিলে তাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই। লগতে আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম শ্ল’গানৰ জৰিয়তে আগবঢ়াৰ কথা কয়। আত্মনিৰ্ভৰশিল আঁচনিৰ জৰিয়তে অসমে ১০লাখ কোটি টকা লাভ কৰিব সক্ষম হৈছে।

    অসম চৰকাৰে ৪টা বছৰত সন্ত্ৰাসবাদ নিৰ্মূলতো যথেষ্ট সফল হৈছে। বিজেপি চৰকাৰৰ দিনতে ধৰ্ষণৰ গোচৰ ফাষ্ট ট্ৰেক আদালত বিচাৰ প্ৰক্ৰিয়া চলিছে যি টো পূৰ্বে চৰকাৰে কোনোপধ্য এই কাম কৰা নাছিল৷ প্ৰতিটো সমষ্টিৰ বাট পথৰ ক্ষেএত ৰাজ্যচৰকাৰে যি ধৰণৰ ব্যৱস্থা ললে সেয়া হয়তো ৫০বছৰতো সম্পূৰ্ণ হৈ নুঠিল হৈ বুলি দাবী কৰে সভাপতিগৰাকীয়ে।

    Photo Credit: @anitpratiimnbaruah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Guwahati put into ‘isolation’: 12 districts banned travel from the city

    The total numbers of COVID 19 related deaths in the state have also gone up to 24

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Akhil Gogoi Has No Covid-19 Symptoms: IGP Prison

    Gogoi's wife Geetashree Tamuli said, "Akhil Gogoi is not well, showed Covid-19 symptoms. I do not know what shall I to say.”

    COVID Scare: House to House Testing in city’s Pandu from Tuesday

    The SBI head office here and Dhirenpara Maternity and Child Welfare Hospital were declared as containment zones