দেশজুৰি অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে। আইন বিৰোধী প্ৰতিবাদৰ মাজতে ৬ গৰাকী লোকৰ মৃত্যু হয়। DGPয়ে এই খবৰৰ নিশ্চয়তা প্ৰদান কৰে।
উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি চলালে গুলী। ইফালে সন্ধিয়া দিল্লীত প্ৰতিবাদে লৈ তীব্ৰ ৰূপ আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰীক ৰুধিবলৈ ব্যৱহাৰ কৰে পানীহিলৈ। লগতে প্ৰতিবাদকাৰীৰ ওপৰত চলাই লাঠি।
Photo Credit: indiatoday.in