34 C
Guwahati
Wednesday, August 5, 2020
  • Home
  • Videos
  • TIMECAST
More

    ২৫০০ পৰিয়ালৰ মাজত অসমীয়া জলপান বিতৰণ যুৱ ব্যৱসায়ী বিক্ৰমজিৎ ভূঞাৰ

    বিহুৰ পৰম্পৰা ৰক্ষাত যাতে আৰ্থিকভাৱে দূৰ্বল পৰিয়ালসমূহ সমস্যাৰ সন্মুখীন নহয়, তাৰবাবেই এই পদক্ষেপ

    টীয়কৰ এগৰাকী যুৱ ব্যৱসায়ীৰ মহানুভৱতা। উৰুকাৰ দিনা ২৫ শ পৰিয়ালৰ মাজত বিতৰণ কৰিলে অসমীয়াৰ জলপান। কালৰূপী কৰ’ণা প্ৰতিৰোধৰ বাবে দেশত অৱ্যাহত থকা লক ডাউনৰ ফলত পূৰ্বৰ উছাহ নাই ৰঙালী বিহুৰ। কিন্তু ঘৰতেই আৱদ্ধ থকা অসমীয়া ৰাইজে ৰক্ষা কৰিব বিহুৰ পৰম্পৰা।

    টীয়কৰ ফুডভিল্লা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ বিক্ৰমজিৎ ভূঞাই বিহুৰ পৰম্পৰা ৰক্ষাত যাতে আৰ্থিকভাৱে দূৰ্বল পৰিয়ালসমূহ সমস্যাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ ২৫ শ পৰিয়ালৰ বাবে ব্যৱস্থা কৰিলে জলপানৰ। এটা দৈৰ কলহ, চিৰা মুড়ি, গুৰ আদিৰে একোটাকৈ জলপানৰ টোপোলা প্ৰস্তুত কৰি বিতৰণ কৰিলে ঘৰে ঘৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    COVID 19 Scare: Test for All Tea Garden Workers in Assam

    If there is a community spread in the labour lines it will lead be a catastrophe as the present medical facility available is not sufficient to cater to a pandemic situation

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.