28 C
Guwahati
Tuesday, May 26, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু যুৱতী সাংবাদিকৰ;চিকিৎসালয়ত মৃত্যুৰে যুঁজিজে আন এজন...

    মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু যুৱতী সাংবাদিকৰ;চিকিৎসালয়ত মৃত্যুৰে যুঁজিজে আন এজন সাংবাদিকে

    প্ৰতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলটোৰ সাংবাদিক দুয়ো

    এক দুখবৰ। মহানগৰীৰ সুন্দৰপুৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে এগৰাকী যুৱতী সাংবাদিকে। প্ৰতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলত কৰ্মৰত ডিম্পী কাশ্যপ নামৰ সাংবাদিকগৰাকীয়ে স্কুটীৰে আন এগৰাকী সহকৰ্মী অৰূপ মৰাঙৰ সৈতে কৰ্তব্য সমাপন কৰি কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। ডিম্পীয়ে চলাই যোৱা স্কুটীখনে সুন্দৰপুৰৰ এটা ইলেক্ট্ৰিক পোষ্টত খুন্দা মৰাৰ পিছতেই দুয়ো গুৰুতৰভাৱে আহত হয়।

    দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োকে গেট হাস্পতাললৈ নিয়া হৈছিল যদিও ডিম্পীয়ে চিকিৎসালয়লৈ নিয়াৰ কেইটামান মুহূৰ্তৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে।আনজন আৰোহী অৰূপ মৰাং সংকটজনক অৱস্থাত গেট হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে।ডিম্পী কাশ্যপৰ মৃত্যুত Time8ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অৰূপ মৰাঙৰ আশু আৰোগ্য কামনা কৰিলো।

    Photo: Facebook

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING