Skip to content

যোৰহাটত মানৱ কল্যাণৰ অৰ্থে বিশিষ্ট ক্ৰীড়া সংগঠকৰ দেহ দান

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এটা ন্যাস গঠন কৰি চিৰকুমাৰ ধৰণী বৰদলৈয়ে নামঘৰ, অনাথ শিশু সকলৰ সেৱা আশ্ৰমৰ বাবে তেওঁৰ সকলো সম্পত্তি দি থৈ যায়
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বস্তুবাদী সমাজৰ গতিপথত ক্ৰমাৎ ব্যক্তিকেন্দ্ৰিক হৈ পৰা মানৱ জীৱনৰ পৰা ফালৰি কাতি মানৱ কল্যাণৰ চূড়ান্ত নিদৰ্শন দেখুৱালে যোৰহাটৰ এজন বিশিষ্ট ক্ৰীড়া সংগঠক ধৰণী বৰদলৈয়ে। মৃত্যুৰ আগমূহুৰ্তত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ বাবে দান কৰি থৈ গ’ল দেহ।

সমাজৰ কল্যাণৰ বাবে তথা অঞ্চলবাসীলৈ আগবঢ়ালে সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি। এটা ন্যাস গঠন কৰি চিৰকুমাৰ ধৰণী বৰদলৈয়ে নামঘৰ, অনাথ শিশু সকলৰ সেৱা আশ্ৰমৰ বাবে তেওঁৰ সকলো সম্পত্তি দি থৈ যায় । যোৰহাটৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত বৰদলৈৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

Input & Photo: Rituraj Phukan

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp