সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী, খলনায়ক, নিলাজ মুখ্যমন্ত্ৰীঃ আছু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
নলবাৰীত মুখ্যমন্ত্ৰীক ক'লা পতাকা দেখুৱাবলৈ যোৱা ছাত্ৰ সন্থাৰ কৰ্মীক নিৰ্মম প্ৰহাৰ কৰিছিল আৰক্ষীয়ে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নলবাৰীত ছাত্ৰ সন্থাৰ কৰ্মীক আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ। লখিমপুৰত ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সোণোৱাল আৰু অসম আৰক্ষীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ।

ৰাজপথত সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী, খলনায়ক, নিলাজ মুখ্যমন্ত্ৰী বুলি চিঞৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ। উল্লেখ্য যে কালি নলবাৰীত মুখ্যমন্ত্ৰীক ক’লা পতাকা দেখুৱাবলৈ যোৱা ছাত্ৰ সন্থাৰ কৰ্মীক নিৰ্মম প্ৰহাৰ কৰিছিল আৰক্ষীয়ে।

Related Post