Skip to content

বাগদাদীৰ মৃত্যুৰ পিছত ISISৰ মুৰব্বী পদত আব্দুলা কৰদাছ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
আমেৰিকাৰ সেনাৰ অভিযানত প্ৰাক্তন মুৰব্বী আবু বকৰ অল বাগদাদীৰ মৃত্যুৰ পিছত নতুন উত্তৰাধিকাৰীৰ দায়িত্ব প্ৰদান আব্দুলা কৰদাছক
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo credit: bhaskar.com

সন্ত্ৰাসবাদী সংগঠন ISৰ নতুন মুৰব্বী পদত নিযুক্তি আব্দুলা কৰদাছ। স্থানীয় মিডিয়াই জনালে এই কথা। ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছদ্দাম হুছেইনৰ সেনাৰ বিষয়া আছিল আব্দুলা।

আমেৰিকাৰ সেনাৰ অভিযানত প্ৰাক্তন মুৰব্বী আবু বকৰ অল বাগদাদীৰ মৃত্যুৰ পিছত নতুন উত্তৰাধিকাৰীৰ দায়িত্ব প্ৰদান আব্দুলা কৰদাছক। পূৰ্বেও ISৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিছিল আব্দুলাই।

বাগদাদীৰ বায়ু আক্ৰমণত আহত হোৱাৰ পিছত আগষ্টত কৰদাছক উত্তৰাধিকাৰী পদত নিযুক্ত কৰা হৈছিল। বাগদাদী সেই সময়ত মধুমেহ আৰু উচ্চ ৰক্তচাপত ভুগি আছিল। ৰোগৰ বাবে বাগদাদীৰ কাম-কাজত অংশগ্ৰহণ কৰা নাছিল।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp