32 C
Guwahati
Saturday, July 11, 2020
  • Home
  • Videos
  • T8 Radio
More

    পথ দুৰ্ঘটনাত কিংবদন্তি অভিনেত্ৰী শ্বাৱানা আজমী গুৰুতৰভাৱে আহত

    আৰক্ষীয়ে জনোৱা অনুসৰি অভিনেত্ৰী শ্বাৱানা আজমীৰ বাহন আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ বাহনৰ চালকজনো দুৰ্ঘটনাটোত আহত হয়

    মুম্বাই-পুনে এক্সপ্ৰেছ ৱে’ত সংঘটিত পথ দুৰ্ঘটনাত কিংবদন্তি অভিনেত্ৰী শ্বাৱানা আজমী গুৰুতৰভাৱে আহত হয়। নিউজ এজেঞ্চী ANI-এ জানিবলৈ দিয়ে এই বিষয়ে। এই দুৰ্ঘটনাটোত অভিনেত্ৰীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়।

    আৰক্ষীয়ে জনোৱা অনুসৰি অভিনেত্ৰী শ্বাৱানা আজমীৰ বাহন আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ বাহনৰ চালকজনো দুৰ্ঘটনাটোত আহত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল জাভেদ আখটাৰো কিন্তু তেওঁৰ সম্পূৰ্ণভাৱে সুৰক্ষিত।

    দুৰ্ঘটনাস্থলীৰ ফটোত প্ৰত্যক্ষ কৰিব পাৰি যে বাহনখনৰ আগৰ ভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটো মুম্বাইৰ ৬০ কিলোমিটাৰ নিলগত খালাপুৰৰ সমীপত প্ৰায় দুপৰীয়া ৩.৩০ বজাত সংঘটিত হয়। বৰ্তমান অভিনেত্ৰীগৰাকী নতুন মুম্বাইৰ MGM হাস্পতালত চিকিত্সাধীন।

    Photo credit: ANI(Twitter)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Guwahati put into ‘isolation’: 12 districts banned travel from the city

    The total numbers of COVID 19 related deaths in the state have also gone up to 24

    Gauhati HC orders School to compensate Rs 30 lakh for student’s death to Parents

    The court stated that it was the responsibility of the school authority or management to keep track of grave risk

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.