Skip to content

ছিকিমত অকলশৰীয়া হ’ল ২৫ বছৰৰ মুখ্যমন্ত্ৰী পৱন চামলিং

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বিগত দুদিনত দল ত্যাগ SDFৰ সকলো বিধায়কৰ। দলত এতিয়া বিধায়ক ৰলগৈ কেৱল চামলিং। আজি দুজন SDF বিধায়কে যোগদান কৰিলে SKM দলত। যোগ দিলে জি টি ধুংগেল আৰু ই এম প্ৰসাদ শৰ্মাই।

মঙলবাৰে বিজেপিত যোগদান কৰিছিল ১০ গৰাকী  SDF বিধায়কে। বিজেপি নেতা ৰাম মাধৱৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰিছিল SDFৰ বিধায়কসকলে।

মুঠ ১৫ গৰাকী বিধায়কৰ ভিতৰত পৱন চামলিঙৰ বাদে আটাইকেইগৰাকীয়ে যোগ দিলে গেৰুৱা দলটোত।

Sikkim | Edited by: Dulu Medhi | First Published: Aug 14, 2019

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp