Skip to content

তেজ দিম কিন্তু অসমক চৰণীয়া পথাৰ হ’বলৈ নিদিও; AJYCPৰ অৰ্দ্ধ উলংগ প্ৰতিবাদ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীয়ে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo: Time8

কেবৰ বিৰুদ্ধে লখিমপুৰ নগৰৰ মুখ্য চাৰিআলিত AJYCPৰ অৰ্দ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিজন লোকৰ ঘৰে ঘৰে আৰু গাঁৱে গাঁৱে গৈ কেবৰ বিৰুদ্ধে যুঁজত নামিব অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীয়ে।

জাতীদ্ৰোহী সৰ্বা আৰু হিমন্তক বদনৰ আখ্যাৰে সকিয়নী প্ৰদান কৰি তেজ দি হ’লেও অসম মাতৃক চৰনীয়া পথাৰ হবলৈ নিদিয়াৰ হুংকাৰ AJYCPৰ।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp