‘কা’ৰ বিৰোধিতাৰে আজি সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ ‘নিষ্প্রদীপ ক’লা দিৱস’ পালন কৰক ৰাইজে। ঘৰ,বজাৰ,গাড়ী-মটৰ সকলোৰে লাইট দুঘন্টাৰ বাবে নুমুৱাই ৰাইজক ‘নিষ্প্রদীপ-ক’লা দিৱস’ পালন কৰাৰ বাবে আহ্বান জনাইছে অসম আন্দোলনৰ নেতা তথা শৃংখল চলিহাৰ পিতৃ প্ৰণৱজিৎ চলিহাই।
উল্লেখ্য যে অসম আন্দোলনৰ সময়ত নেতা প্ৰণৱজিৎ চলিহাক (ৰমু) আৰক্ষীয়ে ২৬৩ বাৰ আটক কৰাৰ লগতে ১৭ বাৰ জে’ললৈ প্ৰেৰণ কৰিছিল।
Photo Credit:@sanjaypareek