এটা বন্যহস্তীৰ কৰুণ মৃত্যু।ঘটনাৰ স্থান নগাঁৱৰ কঠিয়াতলীৰ আহুতলি। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছে হাতীটোৱে।
বনবিভাগে হাতী খেদিবলৈ লগোৱা সৌৰচালিত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই বনবিভাগৰ লোক ৷