29 C
Guwahati
Tuesday, August 11, 2020
  • Home
  • Videos
  • TIMECAST
More

    ১৫ এপ্ৰিলত আঁতৰিব লকডাউন? মোদীৰে বৈঠকৰ পিছত অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কৰিলে টুইট, কিন্তু পিছত আঁতৰালে টুইটটো

    এই টুইটটো আঁতৰোৱাৰ বাবে পেমা খান্দুয়ে আন এটা টুইট কৰিলে। নতুন টুইটটোত পেমা খান্দুয়ে লিখিলে, 'লকডাউনৰ সময়ক লৈ কৰা টুইটো এজন বিষয়াই কৰিছিল, যিজনৰ হিন্দী ভাষাৰ জ্ঞান সীমিত, যাৰ বাবে টুইটো আঁতৰোৱা হ'ল

    কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশত জাৰি কৰা ২১ দিনৰ লকডাউনক লৈ বৃহস্পতিবাৰে এটা ডাঙৰ খবৰ পোহৰলৈ আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙত আলোচনা কৰাৰ পিছত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুয়ে টুইটাৰযোগে উল্লেখ কৰিলে যে লকডাউন ১৫ এপ্ৰিলত শেষ হোৱাৰ সম্ভাৱনা। কিন্তু টুইটটো কৰাৰ কিছু সময়ৰ পিছতেই তেওঁ পূৰ্বৰ টুইটটো আঁতৰাই আন এটা টুইট কৰে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি পেমা খান্দুয়ে লিখিলে, ‘লকডাউন ১৫ এপ্ৰিলত সমাপ্ত হ’ব, কিন্তু ইয়াৰ অৰ্থ এইটো নহ’ব যে ৰাইজে ৰাজপথত ঘূৰিবৰ কাৰণে স্বাধীনতা পাব। কৰ’ণা ভাইৰাছৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ প্ৰতিগৰাকী লোকে নিজৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। লকডাউন আৰু সামাজিক দূৰত্ব ইয়াৰ সৈতে যুঁজ দিয়াৰ এক উপায়।

    এই টুইটটো আঁতৰোৱাৰ বাবে পেমা খান্দুয়ে আন এটা টুইট কৰিলে। নতুন টুইটটোত পেমা খান্দুয়ে লিখিলে, ‘লকডাউনৰ সময়ক লৈ কৰা টুইটো এজন বিষয়াই কৰিছিল, যিজনৰ হিন্দী ভাষাৰ জ্ঞান সীমিত, যাৰ বাবে টুইটো আঁতৰোৱা হ’ল।

    Photo credit: google.co.in

    Published:

    2 COMMENTS

    1. albuterol inhaler

      ১৫ এপ্ৰিলত আঁতৰিব লকডাউন? মোদীৰে বৈঠকৰ পিছত অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কৰিলে টুইট, কিন্তু পিছত আঁতৰালে টুইটটো

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Lord Ram to unite the world: PM Modi

    Chanting ‘Jai Siyaram’ in between his speech, Modi said, “People from across the world will visit the grand Ram Mandir to witness Lord Shri Ram and mother Janaki. As such, it will connect India with the rest of the world.”

    Air India Express jet crash: Kerala CM Pinarayi Vijayan lauds local response

    The fateful Air India Express jet arrived at the Kozhikode International Airport at around 7:30 PM on Friday carrying 190 passengers from Dubai.

    Dispur issues ‘proposed guideline’ for imparting informal education, seek opinions

    The Commissioner and Secretary to the government of Assam, Education (elementary, secondary and higher) Department, in a direction issued to the Mission Director, Sarba Siksha Abhijan, Assam also sought public views on the guideline on or before 20th August.

    Clash over Ram Temple celebration in Assam’s Sonitpur: Curfew imposed

    The incident occurred when a group of bikers was heading towards a Shiv temple playing loud music and shouting slogans