34 C
Guwahati
Wednesday, August 5, 2020
  • Home
  • Videos
  • TIMECAST
More

    অসম আৰোগ্য নিধিলৈ ১ লাখ ১১ হাজাৰ টকাৰ চেক আগবঢ়ালে বিধায়ক অশোক সিংঘালে

    ইয়াৰ লগতে শীঘ্রে পিএমকেয়াৰ ফাণ্ডটো চেকযোগে সাহায্য আগবঢ়াব ঢেকীয়াজুলিৰ বিধায়কগৰাকীয়ে

    অসম আৰোগ্য নিধিলৈ ১ লাখ ১১ হাজাৰ টকাৰ চেক আগবঢ়ালে বিধায়ক অশোক সিংঘালে। স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ হাতত প্ৰদান কৰিলে চেকখন। দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত স্বাস্থ্য পৰীক্ষণ কেন্দ্ৰত উপস্থিত হৈছিল মন্ত্ৰী শর্মা। ইয়াৰ পিছতে অসম আৰোগ্য নিধিলৈ ১ লাখ ১১ হাজাৰ টকাৰ চেকখন হিমন্ত বিশ্ব শর্মাৰ হাতত প্ৰদান কৰে। ইয়াৰ লগতে শীঘ্রে পিএমকেয়াৰ ফাণ্ডটো চেকযোগে সাহায্য আগবঢ়াব ঢেকীয়াজুলিৰ বিধায়কগৰাকীয়ে।

    বহিঃৰাজ্যত থকা অসমৰ লোকসকলক কেন্দ্ৰীয় চৰকাৰে অনা ব্যৱস্থা কৰিব। বহিঃৰাজ্যত থকা অসমীয়াসকলৰ অনাৰ কথা চলি আছিল কিন্তু বৰ্তমান বহিঃৰাজ্যত থকা লোক সকলে চাইকেল বা বিভিন্ন পথৰে আহিব ধৰিছে। গতিকে মানৱতাৰ খাতিৰত যিহেতু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্রত পদক্ষেপ লৈছে গতিকে অসমীয়া লোকসকলক নিজ ৰাজ্যলৈ অনা হ’ব। বহিঃৰাজ্য পৰা অহা ১২৮জন লোকক তেজপুৰ বিশ্ববিদ্যালয়ত বৰ্তমানলৈকে পৰীক্ষা কৰা হৈছে। একমাত্ৰ গুৱাহাটী কৰ’ণা আক্ৰান্ত হোৱা ৪ জনৰহে ট্ৰেভেল হিষ্টৰী পোৱা নাই। দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    COVID 19 Scare: Test for All Tea Garden Workers in Assam

    If there is a community spread in the labour lines it will lead be a catastrophe as the present medical facility available is not sufficient to cater to a pandemic situation

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Breaking: ULFA (I), MNPF & RPF claim responsibility of Manipur ambush

    An Assam Rifle personnel from Assam’s Barpeta district identified as Pranay Kalita was also killed in the ambush