৬নং দফা কাৰ্যকৰী কমিটীৰ প্ৰতিবেদন সাজু। আজি চূড়ান্ত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিলৰ পূৰ্ণ সম্ভাৱনা। ইতিমধ্যেই দিল্লীত বাহৰ সমিতিৰ সভাপতি বিপ্লৱ কুমাৰ শৰ্মাৰ।
মঙলবাৰৰ পৰা দিল্লীত বাহৰ পাতি আছে অৱসৰ প্ৰাপ্ত ন্যায়াধীশ তথা কমিটিৰ সভাপতিগৰাকীয়ে। যোৱা ১০ ফেব্ৰুৱাৰীত খানাপাৰাত অনুষ্ঠিত হৈছিল ৬নং দফা কাৰ্যকৰী কমিটিৰ শেষৰখন বৈঠক। অসম চুক্তিৰ আধাৰত সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ বাবে গঠন গৈছিল কমিটি।
Photo credit: @anitpratiimnbaruah