26 C
Guwahati
Tuesday, May 11, 2021
More

    থানাত গোচৰ ৰুজু যতীন বৰাৰ, ছচিয়েল মিডিয়াত ভাইৰেল ৰত্নাকৰৰ দৃশ্যাংশ

    ছবিখনৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা গীতানগৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যতীন বৰা আৰু নৱনীতা শৰ্মাই

    ছুপাৰ হিট ছবি ‘ৰত্নাকৰ’ ভাইৰেল ছচিয়েল মিডিয়াত। ফেচবুক লাইভযোগে যতীন বৰা আৰু নৱনীতা শৰ্মাই এই কথা জনালে। কোনো লোকে ছবিগৃহৰ পৰাই ফেচবুক আৰু ইউটিউবত ‘ৰত্নাকৰ’ৰ দৃশ্যাংশ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন কৰিছে যতীন বৰাই।

    ছবিখনৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা গীতানগৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যতীন বৰা আৰু নৱনীতা শৰ্মাই। ফেচবুক লাইভযোগে যতীন বৰাই এইদৰে ভিডিঅ’ৰেকৰ্ডিং নকৰিবলৈ বা আপলোড নকৰিবলৈ সকলোকে অনুৰোধ জনায়। যিয়ে ছবিখনৰ দৃশ্যাংশ আপলোড কৰিছে জে’ললৈ যাব লাগিব।

    Jatin Bora যতীন বৰা ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಗುರುವಾರ, ಅಕ್ಟೋಬರ್ 17, 2019

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING