34 C
Guwahati
Wednesday, August 5, 2020
  • Home
  • Videos
  • TIMECAST
More

    Anit Pratiimn Baruah

    Articles

    ২১ তাৰিখৰ পৰা খুলিব সকলো কাৰ্যালয়; কি কি ক্ষেত্ৰত থাকিব শিথিলতা?

    অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা DGPৰ

    হোটেল তাজত কোৱাৰাণ্টাইন হৈ থকা চিকিৎসকৰ এটা দলক আজি ঘৰলৈ যোৱাৰ অনুমতি

    ঘৰত দুদিন থকাৰ পিছত পুনৰ সেৱা আগবঢ়াবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই

    আগন্তুক BTC নিৰ্বাচন কংগ্ৰেছ আৰু AIUDF-এ মিত্ৰতাত খেলিবঃ AIUDF-কংগ্ৰেছ

    বিজেপিক বাদ দি যি ৰাজনৈতিক দলে চৰকাৰ কৰিব বিচাৰে আমাৰ সমৰ্থন বিচাৰিলে সমৰ্থন দিম বুলিও সংবাদমেলত এই কথা প্ৰকাশ কৰে

    হেণ্ডশ্বেক দিয়াৰ পৰিৱৰ্তে নমস্কাৰ দিয়াৰ অভ্যাস গঢ়ি লওকঃ হিমন্ত বিশ্ব শৰ্মা

    বিদ্যালয় বন্ধ কেৱল শিক্ষাৰ্থীৰ বাবে, শিক্ষকসকল বিদ্যালয় যাব লাগিব আৰু ওচৰৰ ৰাইজক কৰ'ণা ভাইৰাছ বিষয়ে সজাগ কৰাব লাগিব, যি বিদ্যালয়ে চৰকাৰৰ নিৰ্দেশ নামানে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব

    BTCৰ ৪০খন আসনতে বিজেপিয়ে প্ৰাৰ্থী দিব, এই ঘোষণা মন্ত্ৰী ভৱেশ কলিতাৰ

    ২১ খনৰ অধিক আসন বিজেপিয়ে পাব বুলি আশাবাদী। সংবাদমেলত এই মন্তব্য কলিতাৰ

    Candidates From Assam Likely To Go Rajya Sabha Uncontested

    Scrutiny of the nominations will be held on March 16th, 2020 while the last date of withdrawal is March 18th, 2020