34 C
Guwahati
Wednesday, August 5, 2020
  • Home
  • Videos
  • TIMECAST
More

    Bhaskor  Jyoti Borah

    Articles

    চৰকাৰৰ সুমতি হ’বলৈ খোল-তাল বজাই প্ৰতিবাদ কাকজান মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ

    কাকজান মহাবিদ্যালয়ত নিষিদ্ধ ঘোষণা চৰকাৰৰ মন্ত্ৰী বিধায়কক

    পিতাইৰ আদ্যশ্ৰাদ্ধৰ বাবে খৰি যোগাৰ হ’ল, ঘুৰি আহিবিঃ TIME8ৰ জৰিয়তে পুত্ৰক পিতৃৰ আদ্যশ্ৰাদ্ধলৈ নিমন্ত্ৰণ এগৰাকী মাতৃৰ

    ২০১৪ চনতে কৰ্মৰ সন্ধানত মহাৰাষ্ট্ৰলৈ যোৱা পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে যোগাযোগ কৰাত অসমৰ্থ পৰিয়াল৷ প্ৰথম এবছৰ যোগাযোগ হৈছিল যদিও পিছত কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে

    টীয়কত এজন যুৱকক গুলীচালনা, গুৰুতৰভাৱে আহত যুৱকজন

    আহত যুৱকজনৰ নাম ভাইটি নায়ক। ভৰিত আঘাতপ্ৰাপ্ত ভাইটি নায়কক JMCHত ভৰ্তি কৰোৱা হয়

    This Assam School Has A Unique Way To Teach Students How To End Plastic Menace

    The teachers of the school have resorted to making their students motivated through these co-curricular activities to attend school every day.

    আৰক্ষীৰে ধনৰ লেনদেন হয় গৰু সৰবৰাহকাৰীৰ! টীয়কত জব্দ ৮খন গৰুভৰ্তি ট্ৰাক

    ২০০০ টকাৰ বিনিময়ত আৰক্ষীয়ে পাৰ কৰাই চোৰাং গৰুৰ বাহন, টীয়ক আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ দল-সংগঠনৰ