30 C
Guwahati
Sunday, July 5, 2020
  • Home
  • Videos
  • T8 Radio
More

    Bidhan Sen

    Articles

    মথাউৰি নিৰ্মাণৰ নামত ১.১০কোটি টকা আত্মসাৎৰ অভিযোগ জলসম্পদ বিভাগৰ

    অতি নিম্ন মানৰ সামগ্ৰী ব্যবহাৰ কৰি টকা আত্মসাৎ কৰি মথাউৰি নিৰ্মাণৰ ফলতে এনে দুৰৱস্থা হোৱা বুলি অভিযোগ আনিছে কাঠলিছড়া সমষ্টি স্থানীয় ৰাইজে

    হাইলাকান্দিৰ দুখন ঠাইত ভয়াৱহ ভূমিস্খলন, নিহত ৭ গৰাকীকৈ লোক

    ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গক ২৪ ঘণ্টাৰ ভিতৰত ৪ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

    কাছাৰ কাগজকল কৰ্মীৰ পৰিয়ালক সাহায্য আজমল ফাউণ্ডেচনৰ

    যোৱা ৪০টা মাহে দৰমহা হোৱা নাই এইসকল কৰ্মচাৰীৰ

    ছাত্ৰ-ছাত্ৰীৰ বাবে হাইলাকান্দি জিলা প্ৰশাসনে মুকলি কৰিলে Youtube চেনেল

    আজি বুদ্ধ পূৰ্ণিমা উপলক্ষ্যে জিলা প্ৰশাসনে মুকলি কৰিলে CHETANA নামৰ ইউটিউব চেনেলটো