22.2 C
Guwahati
Wednesday, May 27, 2020
  • Home
  • Videos
  • T8 Radio
More

    Deepak Deka

    Recent articles

    ৰাজ্যত গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা প্ৰত্যাহাৰ; নিৰ্দিষ্ট কণ্টেইনমেণ্ট জ’নৰ বাহিৰে আন স্থানত বিক্ৰী কৰিব পাৰিব গাহৰি

    যদি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হয় তেন্তে ৫০% বহন কৰিব চৰকাৰে। বাকী ৫০% কেন্দ্ৰীয় চৰকাৰে দিব পাৰে, আমি আলোচনা কৰি আছো। সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী বৰাই

    অসমৰ বাহিৰত থকা ৩ লাখ ৬১ হাজাৰ লোকক এপ্ৰিল, মে’ আৰু জুনত ২০০০কৈ দিব চৰকাৰে

    ঢুলীয়া, খুলীয়া, নাগাৰা নাম, বেণ্ডপাৰ্টিৰ লোক আৰু শিল্পীসকলক এপ্ৰিল, মে' আৰু জুন মাহত দিব ২০০০কৈ (মুঠ ৬০০০) টকা

    মোদী চৰকাৰক লক্ষ্য কৰি ৰাহুল গান্ধীৰ আক্ৰমণ, ক’লে- ‘লকডাউন বিফল, ইয়াৰ পিছত কি?’

    ৰাহুল গান্ধীয়ে ক'লে, 'যি হ'বলগীয়া আছিল সেয়া নহ'ল। দেশবাসীয়ে জনাটো উচিত যে তেওঁৰ পৰৱৰ্তী ৰণনীতি কি হ'ব

    অসমত বৰ্তমানলৈ ৫৯৫জন কৰ’ণাত আক্ৰান্ত; আজি ৪৭জন লোক নতুনকৈ আক্ৰান্ত

    আজিৰ দিনটোত অসমত ৪৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত

    বৰ্বৰতাঃ আঠু কঢ়াই চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক প্ৰহাৰ আৰক্ষীৰ, আৰক্ষী বিষয়াক নিলম্বন

    ঘটনাটোত আহত চিকিৎসক মাধুৰ্য্য কাকতি, গাণনিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বড়ো

    নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত পৰিল টাটা টিয়াগো গাড়ী, এজন নিহত

    গুৰতৰভাৱে আহত হোৱা বাহনখনৰ চালকজনক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

    দিল্লীঃ কেশৱপুৰমত জোতা-চেণ্ডেল বনোৱা ফেক্টৰীত অগ্নিকাণ্ড, ২৩খন অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীত

    দিল্লীৰ অগ্নিনিৰ্বাপক বিভাগৰ এজন বিষয়াই জনোৱা অনুসৰি বৰ্তমানলৈ অগ্নিকাণ্ডত হতাহতৰ খবৰ পোৱা হোৱা নাই লগতে অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ পোৱা হোৱা নাই

    বাক্সাত বজ্ৰ পৰি BSF জোৱানৰ মৃত্যু

    মৃত জোৱানজনৰ নাম গৌৰীকান্ত ৰাজবংশী

    শিলচৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পলায়ন কৰা ২জনক গ্ৰেপ্তাৰ হাইলাকান্দি আৰক্ষীৰ

    ধৃত লোক দুজনক সোধা-পোছা কৰাত লোক দুয়োজনে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা বুলি স্বীকাৰ কৰে আৰু পিছত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ হাতত গতাই দিয়ে দুয়োজনকে

    হত্যা নে আত্মহত্যা! শোৱাপাটীত পত্নীৰ আৰু চীপ লোৱা অৱস্থাত স্বামীৰ মৃতদেহ উদ্ধাৰ

    মৃত মহিলাগৰাকীৰ নাম সুমন আৰু লোকজনৰ নাম ছাইদুল ইছলাম৷ বেগুনতলী খেওৱাৰপাৰত সংঘটিত হয় এই ঘটনা

    Articles by this author

    Businessman Electrocuted In Udalguri

    A 32-year-old businessman from Udalguri was electrocuted on Tuesday night while he was installing a battery on an inverter. Neighbours witnessed the body of the youth lying in the verandah of the house on...

    লকডাউনঃ নেপালত ৬ দিনে আৱদ্ধ কলাইগাঁৱৰ ৩জন লোক

    উল্লেখ্য যে কলাইগাঁৱৰ বেলতলিৰ নিবাসী মনোজ মেধিয়ে(৪০)তেওঁৰ নিজৰ লগতে দুই আত্মীয়কলৈ চকু চিকিৎসাৰ বাবে নেপাললৈ গৈছিল

    Breaking: অমানুষিক! প্ৰথমে দলৱদ্ধ ধৰ্ষণ পিছত হত্যা এটি ৬ বছৰীয়া কণমানিক

    দেওবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ থকা শিশুটিৰ মৃতদেহ আজি উদ্ধাৰ কৰে স্থানীয় লোকে

    বিজেপিৰ হিন্দু ৰাষ্ট্ৰৰ সপোন সপোন হৈয়ে ৰ’ব; চৰকাৰৰ ভুল পৰিচালনাৰ বাবে জ্বলিছে অসমঃ প্ৰফুল্ল কুমাৰ মহন্ত

    বাংলাদেশত এজনো লোক ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা নাই সেয়ে বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ বাতিল কৰিছে