17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More

    Devika Kerongay Gurung

    Recent articles

    CAB: ঝাৰখণ্ডৰ পৰা অসমলৈ মেছেজ, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে- মোৰ ওপৰত বিশ্বাস ৰাখক

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে মই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যখ আশ্বাস দিছো যে অসমসহ প্ৰতিখন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি, ভাষাত কোনোধৰণৰ প্ৰভাৱ নপৰিব

    Assam On Fire, Internet Ban Extended or 48 Hours

    In an effort to control the violent protests underway across the state against the Citizenship (Amendment) Bill, 2019, the Assam government has...

    Guwahati Boils, Police Open Fires On Protestors

    As thousands took to the streets of Guwahati to protest against the Citizenship Amendment Bill defying an indefinite curfew imposed by the...

    বিশ্বনাথ চাৰিআলিত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী জোৱান

    আহত আৰক্ষী জোৱান জনক ইতিমধ্যে ভৰ্তি কৰাইছে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত

    BREAKING: ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি; পূৰ্বে আছিল ২৪ ঘণ্টা

    আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে

    Violence Rages In Assam Over Citizenship Bill: 10 Points

    As Assam continues to simmer in protests over the contentious Citizenship Amendment Bill 2019, thousands of people defying the curfew took to...

    Deepak Kumar Removed, Munna Prasad Gupta Appointed As New Guwahati Police Commissioner

    In a surprising turn of events, Guwahati Police Commissioner Deepak Kumar has been removed amid the violent protests over the Citizenship (Amendment)...

    জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি; উজান বজাৰ আৰু লালুংগাঁৱত গুলীচালনা

    গুৱাহাটী ক্লাৱতো এদল প্ৰতিবাদকাৰীক আৰক্ষীয়ে লাঠীচাৰ্জ কৰে। দুলীয়াজানটো যুৱ কংগ্ৰেছৰ ৪ জন ছাত্ৰ আহত হয়

    কোকৰাঝাৰত নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকসহ আটক ৮

    কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেশ বৰ্মনে জিলাখনত ১৪৪ ধাৰা বলৱৎ হৈ পৰিপ্ৰেক্ষিতত আইন ভংগকাৰীৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে