29 C
Guwahati
Thursday, July 9, 2020
  • Home
  • Videos
  • T8 Radio
More

    Hassinur Alom

    Articles

    লখিমপুৰত ৰোগীৰ মইমতালিৰ বাবে কেইবাজনো স্বাস্থ্যকৰ্মীৰ দেহলৈ কৰ’ণা

    ইয়াৰ পূৰ্বেও আন এগৰাকী লখিমপুৰ স্বাস্থ্যকৰ্মী পানীগাওঁ অপিডি কলেজ কোৱাৰাণ্টাইন কেন্দ্ৰৰ তত্বাৱধায়ক ডাঃ হাছিদ জামানৰো কভিড পজিটিভ ধৰা পৰিছিল

    এদিন দিন হাজিৰা নকৰিলে চৌকা নজ্বলা ঘৰৰ সন্তানে লাভ কৰিলে ডিষ্টিংচন

    লখিমপুৰৰ নাওবৈচাৰ ২নং খলিহামাৰীৰ লেখন নাথে কালি ঘোষণা কৰা মেট্ৰিকৰ ফলাফলত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে।

    চিন্তাৰ অন্ত পৰিল, অসমত ওলাইছে কৰ’ণা নিধন ঔষধ!

    কভিড-১৯ত আক্ৰান্ত পুত্ৰক কৰ'ণা মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিষেধক নহয় একেবাৰে ঔষধ লৈ কভিড হাস্পতালৰ দুৱাৰত লালুকৰ আব্দুল ৰছিদ

    কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা গেটৰ মুখলৈ ওলালেই ৰুজু হ’ব জামিন বিহীন গোচৰঃ হিমন্ত বিশ্ব শৰ্মা

    বৃহস্পতিবাৰে স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় লখিমপুৰৰ নাৰায়ণপুৰত। নাৰায়নপুৰত নিৰ্মাণৰত অৱস্থাত থকা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে

    জন্মদিনৰ দিনাই COVID19 পজিটিভ ধৰা পৰিল লখিমপুৰৰ এগৰাকী চিকিৎসক

    আনহাতে ইতিমধ্যে চিকিৎসকজনৰ পেহীয়েকৰ পৰিয়ালটোৰ লগতে তেওঁৰ পিতৃ মাতৃকো চিকিৎসা বিভাগে কোৱাৰেন্টাইন কৰাৰ লগতে স্বাৱা পৰীক্ষাৰ ব্যৱস্থা কৰিছে

    লখিমপুৰত নিজ দেওৰেকে চোকা অস্ত্রৰে ঘপিয়ালে বৌৱেকক

    গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৌয়েকসহ ককায়েক আৰু সন্তান আটাইকেইগৰাকী বৰ্তমান উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে