34 C
Guwahati
Wednesday, April 1, 2020
  • Home
  • Videos
  • T8 Radio
More

    Hemen Raja

    Recent articles

    BREAKING: অসমত কৰ’ণা সংক্ৰমণ ৫ জনলৈ বৃদ্ধি

    GMCHত নমুনা পৰীক্ষণত ধৰা পৰিছে অন্য ৪জন

    কৰ’ণা ভাইৰাছঃ এইবাৰ হজ যাত্ৰা স্থগিত ৰাখিবলৈ ইছলামধৰ্মী লোকলৈ আহ্বান চৌদি আৰবৰ

    চহৰখনত কৰ'ণা ভাইৰাছ বিয়পি পৰাৰ ভয়তে মাৰ্চৰ আৰম্ভণিতে ''ওমৰা'' তীৰ্থযাত্ৰাও স্থগিত ৰাখিছিল চৌদি আৰবে। এই অভূতপূৰ্ব পদক্ষেপৰ পিছত হজৰ ক্ষেত্ৰটো সেই একেই পদক্ষেপ গ্ৰহণ কৰা হয়

    কৰ’ণাতংক : বাংগালুৰুৰ পৰা ঘূৰি অহা যুৱকৰ আত্মহনন

    বাংগালুৰুৰ পৰা ঘূৰি আহি স্বাস্থ্য পৰীক্ষাও কৰিছিল যুৱকজনে

    COVID-19: 38 People Quarantined At Different Hospitals In Assam

    As many as 25 people have been kept in isolation at Swahid Mukunda Kakati Civil Hospital while eight in Fakhruddin Ali Ahmed College and Hospital and five in Sivasagar Civil Hospital

    গাড়ীত ‘SDO কলিয়াবৰ’ লিখি আৰক্ষীৰ চকুত ধূলি কৃষক নেতাৰ চলন ফুৰণ

    আমবাগান আৰক্ষীয়ে ধৰা পেলাই নেতাজনক আৰু জব্দ কৰে গাড়ী

    কৰ’ণাৰ ফলত উত্তৰ প্ৰদেশত প্ৰথমজন লোকৰ মৃত্যু, ২৫ বছৰীয়া যুৱকে হেৰুৱালে প্ৰাণ

    উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২৫ বছৰীয়া যুৱকৰ মৃত্যুৰ পিছতে ভাৰতত মৃত্যুৰ সংখ্যা হৈছে ৫০জন। বৰ্তমানলৈ দেশত ১৭০০তকৈ অধিক হৈছে কৰ'ণাত সংক্ৰমিত লোকৰ সংখ্যা

    KMSS Chief Akhil Gogoi Arrested Again, This Time In A New Case

    Akhil Gogoi was kept at Sivasagar jail to date since March 23, 2020 and was supposed to appear a hearing through video conferencing in a case by Sivasagar Sadar police

    ৰাইজলৈ ভাল খবৰ; হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য

    ১৪.২ কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে ৬১.৫০ টকালৈ

    মুকলি আকাশৰ তললৈ অহাৰ লগে লগে পুনৰ গ্ৰেপ্তাৰ অখিল গগৈ

    গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীক অখিল গগৈয়ে ক'লে- 'সামাজিক দূৰত্ব মানি চলক, মোক হাতত নধৰিব, মোৰ জ্বৰ হৈ আছে।'

    Articles by this author

    ধিং আৰক্ষীৰ বৃহৎ সফলতা; এজাহাৰ দাখিলৰ ৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ অপহৃত ৬ বছৰীয়া শিশু

    ফোনত হিন্দী ভাষাতে শিশুটোক তেওঁলোকে অপহৰণ কৰাৰ কথা অৱগত কৰাৰ লগতে আৰক্ষীক বিষয়টো জনালে শিশুটোক হত্যা কৰা হ'ব বুলিও ফোনতে ভাবুকি দিছিল অপহৰণকাৰীয়ে

    56-Year-Old Cyclist Paddles To Guwahati To Meet Salman Khan At Filmfare Awards

    A 56-year-old cyclist from Upper Assam’s Tinsukia district has embarked on a journey to Guwahati to meet Bollywood heartthrob Salman Khan at the upcoming Filmfare Awards to be held in the city on February 15th,...

    Breaking: বটদ্ৰৱাত পুত্ৰই হত্যা কৰিলে মাতৃক

    আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে হত্যাকাৰী পুত্ৰক

    পুনৰ বটদ্ৰৱা সমষ্টিৰ আমলখি পঞ্চায়তত আৰক্ষীৰ লোকৰ ওপৰত বিজেপি কৰ্মীৰ গুণ্ডাৰাজ

    আৰক্ষীৰ লোকজনৰ পৰিয়ালৰ আন একাংশ লোককো গালি-গালাজ দিয়াৰ ওপৰিও ভৱিষ্যতে এইসকল নিৰীহ লোকক প্ৰাণে মৰাৰো ভাবুকি প্রদান

    Breaking: ‘আঙুৰলতাক খেদি দে’-ধিঙত ক’লা পতাকা প্ৰদৰ্শন বটদ্রৱা সমষ্টিৰ বিধায়িকাক

    ধিং পৰিদর্শন বঙলাৰ সন্মুখত ধিং আঞ্চলিক ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ