34 C
Guwahati
Wednesday, April 1, 2020
  • Home
  • Videos
  • T8 Radio
More

    Jyotish Pawan Bordoloi

    Recent articles

    BREAKING: অসমত কৰ’ণা সংক্ৰমণ ৫ জনলৈ বৃদ্ধি

    GMCHত নমুনা পৰীক্ষণত ধৰা পৰিছে অন্য ৪জন

    কৰ’ণা ভাইৰাছঃ এইবাৰ হজ যাত্ৰা স্থগিত ৰাখিবলৈ ইছলামধৰ্মী লোকলৈ আহ্বান চৌদি আৰবৰ

    চহৰখনত কৰ'ণা ভাইৰাছ বিয়পি পৰাৰ ভয়তে মাৰ্চৰ আৰম্ভণিতে ''ওমৰা'' তীৰ্থযাত্ৰাও স্থগিত ৰাখিছিল চৌদি আৰবে। এই অভূতপূৰ্ব পদক্ষেপৰ পিছত হজৰ ক্ষেত্ৰটো সেই একেই পদক্ষেপ গ্ৰহণ কৰা হয়

    কৰ’ণাতংক : বাংগালুৰুৰ পৰা ঘূৰি অহা যুৱকৰ আত্মহনন

    বাংগালুৰুৰ পৰা ঘূৰি আহি স্বাস্থ্য পৰীক্ষাও কৰিছিল যুৱকজনে

    COVID-19: 38 People Quarantined At Different Hospitals In Assam

    As many as 25 people have been kept in isolation at Swahid Mukunda Kakati Civil Hospital while eight in Fakhruddin Ali Ahmed College and Hospital and five in Sivasagar Civil Hospital

    গাড়ীত ‘SDO কলিয়াবৰ’ লিখি আৰক্ষীৰ চকুত ধূলি কৃষক নেতাৰ চলন ফুৰণ

    আমবাগান আৰক্ষীয়ে ধৰা পেলাই নেতাজনক আৰু জব্দ কৰে গাড়ী

    কৰ’ণাৰ ফলত উত্তৰ প্ৰদেশত প্ৰথমজন লোকৰ মৃত্যু, ২৫ বছৰীয়া যুৱকে হেৰুৱালে প্ৰাণ

    উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২৫ বছৰীয়া যুৱকৰ মৃত্যুৰ পিছতে ভাৰতত মৃত্যুৰ সংখ্যা হৈছে ৫০জন। বৰ্তমানলৈ দেশত ১৭০০তকৈ অধিক হৈছে কৰ'ণাত সংক্ৰমিত লোকৰ সংখ্যা

    KMSS Chief Akhil Gogoi Arrested Again, This Time In A New Case

    Akhil Gogoi was kept at Sivasagar jail to date since March 23, 2020 and was supposed to appear a hearing through video conferencing in a case by Sivasagar Sadar police

    ৰাইজলৈ ভাল খবৰ; হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য

    ১৪.২ কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে ৬১.৫০ টকালৈ

    মুকলি আকাশৰ তললৈ অহাৰ লগে লগে পুনৰ গ্ৰেপ্তাৰ অখিল গগৈ

    গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীক অখিল গগৈয়ে ক'লে- 'সামাজিক দূৰত্ব মানি চলক, মোক হাতত নধৰিব, মোৰ জ্বৰ হৈ আছে।'

    Articles by this author

    অখিল গগৈৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা

    উল্লেখ্য যে বিগত বৰ্ষৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ মাজত যোৰহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগৈক

    NRCৰ কথা কওতে সদনৰ সময় নষ্ট কৰা বুলি কোৱা কথা দুৰ্ভাগ্যজনক আখ্যা শ্বেৰমান আলীৰ

    হিতেশ দেৱ শৰ্মা NRC সমন্বয়ক পদৰ বাবে যোগ্য নহয় বুলি দাবী বিধায়ক শ্বেৰমান আলী আহমেদৰ

    মহানগৰীত পুৱতি নিশা আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত উৎখাট দেহ ব্যৱসায় চক্ৰ

    এই অভিযানত আৰক্ষীয়ে আটক কৰে পাচঁ যুৱকৰ সৈতে এগৰাকী যুৱতীক

    Delhi Violence: Former Assam CM Seeks Amit Shah’s Resignation, Says Modi Govt Interfering With Judiciary

    Former Assam Chief Minister Tarun Gogoi has asked Home Minister Amit Shah to resign in the wake of the violence in North East Delhi, in which over 30, including a head constable, have been killed.

    ড’নাল্ড ট্ৰাম্পে সঁচাকৈয়ে মোদীক প্ৰসংশা কৰিলে নে Joke কৰিলে মোৰ সন্দেহ আছেঃ তৰুণ গগৈ

    মইটো বৰষাক সমৰ্থন কৰিম, কিন্তু কংগ্ৰেছ, AIUDFয়েও সমৰ্থন কৰিব লাগিব। ৰাজ্যসভালৈ গৈ কেৱল চিনেমাতে ব্যস্ত থাকিলে নহ'ব, অসমৰ হৈ মাত মাতিব লাগিব।'- ৰাজ্যসভা নিৰ্বাচনক লৈ মন্তব্য তৰুণ গগৈৰ

    ৬নং ৰূপায়ন সমিতিৰ প্ৰতিবেদন বিধানসভাত আলোচনাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ

    মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিছিল অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন