22 C
Guwahati
Tuesday, February 18, 2020
  • Home
  • Videos
  • T8 Radio
More

    Kalpajit Saikia

    Recent articles

    Connecting The Dots

    In the last decade, India witnessed change not only in the party at the Centre but the nature of works. The previous...

    Kasab Would Have Died As Samir, LeT Wanted To Project 26/11 As ‘Hindu Terror’: Former Mumbai Police Commissioner

    Former Mumbai Police Commissioner Rakesh Maria revealed in his autobiography 'Let Me Say It Now’, that Ajmal Kasab had carried a fake identity card under the name of Samir Chaudhary

    নগাঁৱত উদ্ধাৰ লক্ষাধিক মূল্যৰ নকল টকা; গাড়ীসহ আটক জাকাৰুল ইছলাম

    উদ্ধাৰ হোৱা নকল টকাখিনি জাকাৰুল ইছলাম খানে ত্ৰিপুৰাৰ কোনো লোকক বেচিব আনিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে

    ধিং আৰক্ষীৰ বৃহৎ সফলতা; এজাহাৰ দাখিলৰ ৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ অপহৃত ৬ বছৰীয়া শিশু

    ফোনত হিন্দী ভাষাতে শিশুটোক তেওঁলোকে অপহৰণ কৰাৰ কথা অৱগত কৰাৰ লগতে আৰক্ষীক বিষয়টো জনালে শিশুটোক হত্যা কৰা হ'ব বুলিও ফোনতে ভাবুকি দিছিল অপহৰণকাৰীয়ে

    ৬নং দফাত খিলঞ্জীয়া বুলি কোনো কথা নাই, তাত অসমীয়া বুলি হে আছেঃ শ্বেৰমান আলী

    ILP মই সমৰ্থন কৰো, অসমৰ মানুহৰ মাটি আৰু সংস্কৃতি আদি সুৰক্ষিত হ'ব বুলিও মন্তব্য কৰে শ্বেৰমান আলীয়ে

    Assam Guv Bats For PPP Mode For Infrastructural Projects To Address Growing Population

    Assam Governor Jagdish Mukhi said that infrastructure, in all its forms, is a catalyst for development, as the government is committed to...

    নাৰী কেলেংকাৰী, মাটি দখল,পাহাৰ খননৰ অভিযোগত নিলম্বন গাওঁবুঢ়া

    ৰাইজে অভিযোগ পত্ৰ দিছিল হাজো ৰাজহ চক্ৰ বিষয়াক

    অসমৰ পৰা নিবেদিত ৱেব ছিৰিজত অভিনয় কৰিব ক্ৰিকেট তাৰকা যুৱৰাজ সিং আৰু তেওঁৰ ভাতৃ জোৰাবৰ সিঙে

    ৱেব ছিৰিজটোত ক্ৰিকেটাৰ দুগৰাকীৰ মাতৃ চবনম সিঙৰ লগতে দেখা যাব যুৱৰাজ সিঙৰ পত্নী হেজল কীচ্ছকো

    জামিয়া হিংসাঃ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্বাৰ্জিল ইমামক

    ইমামক বিগত বছৰৰ ১৫ ডিচেম্বৰতো জামিয়াত হোৱা হিংসা সন্দৰ্ভত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল

    3 Girls Trafficked From Meghalaya Rescued In Delhi

    Three girls trafficked from Meghalaya on the pretext of employment were rescued by Delhi Police Special Unit for North Eastern Region (SPUNER).

    Articles by this author

    মাজুলীত জ্ঞানমেলাৰ চাৰিটা মণ্ডলৰ ৪৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান আৰ্হীয়ে মুহিলে শতাধিকক

    বিজ্ঞানক ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰাৰ মানসেৰে অনুষ্ঠিত হয় বিজ্ঞানৰ মডেল প্ৰতিযোগিতা

    মাজুলীত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীৰ কাজিয়াত অতীষ্ঠ ৰাইজ

    আজি হঠাৎ স্থানীয় ৰাইজ তথা অভিভাৱকে শিক্ষয়ত্ৰীগৰাকীক বিদ্যালয়ত সোমাবলৈ নিদিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়

    মাজুলীত পৱিত্ৰৰ অপৱিত্ৰ কৰ্ম!হ’লগৈ ৰঙাঘৰৰ আলহী

    বাঁহজেঙনি সত্ৰত নিশা চলি থকা ভাওনাৰ সুযোগ লৈ চোৰটোৱে মানুহ এঘৰত চলাইছিল লুটপাত

    Breaking: মাজুলীক লৈ তীৰ্যক মন্তব্য কৰা বিজেপি সাংসদৰ বিৰুদ্ধে গীতা পাঠেৰে অনশনত বহিল মাজুলীৰ সত্ৰাধিকাৰ

    সাংসদজনক ক্ষমা খোজৰ বাবে সময় বান্ধি দিছিল যদিও বিষয়টোৰ সন্দৰ্ভত সাংসদ অথবা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেও কোনো পদক্ষেপ গ্ৰহণ নকৰাত মাজুলীবাসী ক্ষোভিত হৈছে

    সৰিয়হ খেতিৰে কৃষি বিপ্লৱৰ সূচনা মাজুলীৰ তপন পেগুৰ

    কেৱল ২৫ বিঘা মাটিত সৰিয়হ খেতিতে সীমাবদ্ধ নাথাকি অন্যান্য খেতি কৰি কৃষকজন হৈ পৰিছে বহুতৰ বাবে আদৰ্শ

    মাজুলীত অৱসৰপ্ৰাপ্ত সৈনিক সমাৰোহ সম্পন্ন

    সমাৰোহত মাজুলীৰ অৱসৰপ্ৰাপ্ত সৈনিকসকলে ভূগি অহা সমস্যা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা পাব লগা সুবিধাসমূহৰ ওপৰত আলোচনা কৰা হয়