29 C
Guwahati
Tuesday, August 11, 2020
  • Home
  • Videos
  • TIMECAST
More

    Manimala Deka

    Articles

    চৰকাৰী নিৰ্দেশনা ভংগ কৰা মছজিদ পৰিচালনা সমিতিৰ ৪জনক গ্ৰেপ্তাৰ

    দেওবাৰে বিয়লি বহিঃৰাজ্যৰ লোককেইজনক উদ্ধাৰ কৰি আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰে আৰক্ষী আৰু স্বাস্থ্য বিভাগে। সোমবাৰে দুটা মজিদৰ চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

    ছয়গাঁৱত অঘটন;শিলাবৃষ্টিৰ মাজতে বজ্ৰপাত,নিমিষতে ছাঁইত পৰিণত বাসগৃহ

    গৃহটোত থকা সা-সম্পদৰ লগতে বজ্ৰপাতত প্ৰায় ২০টাকৈ পশুধন কুকুৰা চৰাই জুইত জাহ যায়

    এজনৰ শৰীৰত ক’ভিড১৯ ধৰা পৰা পিছতে বকোৰ সোণতলী পুৰাণগাঁও ছীল কৰিলে প্ৰশাসনে

    মফজি উদ্দিনৰ পৰিয়ালকো হাজোৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি চিকিৎসাৰ বাবে

    নিজামুদ্দিনৰ পৰা আহি মোমায়েকৰ ঘৰত লুকাই থকা এজনক চিনাক্ত কৰি হাস্পতালত ভৰ্তি

    দিল্লীৰ পৰা অহা অন্য তিনিজনক আছুতীয়াকৈ মঙলবাৰৰ নিশাৰ পৰা ৰক্ষা হৈছে চিকিৎসালয়খনত

    পাহাৰত আলু-কচু ৰুই থাকোতে হাতীৰ গচকত মৃত্যু এজনৰ

    লগৰ সাৰথি কুকুৰে কাল হ'ল লোকজনৰ