30 C
Guwahati
Thursday, August 6, 2020
  • Home
  • Videos
  • TIMECAST
More

    Muksidul Hoque

    Articles

    Breaking: ৭৮ কাৰ্টন নিচাযুক্ত ঔষধ বটলৰ লগতে কৰায়ত্ত ড্ৰাগছ সৰবৰাহকাৰী

    ৰূপহীহাট আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত ঔষধৰ বটল খিনিৰ মূল্য আনুমানিক পাচ লক্ষাধিক টকাৰ

    আৰক্ষী বিষয়াৰে সৈতে ৰূপহীহাটত বাইক আৰোহীৰ ভংয়কৰ পথ দুৰ্ঘটনা

    সংকটজনক অৱস্থাত দুয়োজনকে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ

    জুৱা আৰু জুৱাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ বৃহৎ অভিযান, আটক কেইবাটাও জুৱাৰী

    নগাঁৱৰ সদৰ থানাৰ আই পি এছ সিদ্ধাৰ্থ বুঢ়া গোহাঞিৰ নেতৃত্বত চলে এই অভিযান

    ৰূপহীহাটৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ছাত্ৰ আৰু নিৰীক্ষক বহিস্কাৰ

    বহিস্কৃত নিৰীক্ষকজন জয়নাৰায়ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰৱী বিভাগৰ বিষয় শিক্ষক মজিবুৰ ৰহমান

    জুৰীয়াত চুৰি গৰুগাড়ীসহ এটা চোৰক আটক

    আন কেইটা চোৰ পলাই যাবলৈ সক্ষম হয়

    ৰূপহীহাটত আটক ৫ ড্ৰাগছ ব্যৱসায়ী আৰু ২ নকল নোট ব্যৱসায়ী

    দীৰ্ঘদিন ধৰি বৃহত্তৰ নগাঁও জিলাত সক্ৰিয় হৈ থকা চক্ৰটোৱে নকল নোট সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা দুখনকৈ গাড়ীয়ো ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে