14 C
Guwahati
Wednesday, January 20, 2021
More

    Nanda Burathoki Chetry

    Articles

    দুৰ্বৃত্তই জ্বলালে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যালয়

    'বাঘ হাজৰিকা' নামেৰে কাৰ্যালয়টো নিৰ্মাণ কৰিছিল বৰমা আঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ ঘটনা সন্দৰ্ভত বৰমা থানাত এজাহাৰ দাখিল

    বিহাৰত উদ্ধাৰ বাক্সাৰ ৩ নিৰুদ্দিষ্ট কিশোৰ

    দুখন চাইকেল লৈ থমনাৰ ৰাস চাম বুলি ঘৰৰ পৰা ওলাই গৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ তিনিজন৷ কিন্তু ঘৰৰ পৰা ওলাই গৈ তিনিওজনে চাইকেল দুখন বিক্ৰী কৰি প্ৰথমে গুৱাহাটী আৰু পিছত বিহাৰলৈ যায়

    নিৰ্দিষ্ট সময়ত বিটিচি নিৰ্বাচন অনুষ্ঠিত নহ’লে জ্বলিব অসম; হুংকাৰ নৱ কুমাৰ শৰণীয়াৰ

    ২০২০ চনৰ পিছত যদিহে প্ৰমিলাৰাণী ব্ৰহ্ম গণ সুৰক্ষা পাৰ্টিত যোগদান নকৰে তেন্তে ব্ৰহ্ম যাব লাগিব তেজপুৰলৈ৷'- পুনৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক কঠোৰ ভাষাৰে সমালোচনা সাংসদগৰাকীৰ

    Manas National Park Bans Plastic, Opens Gate For Tourists

    The park has banned strictly prohibited picnics inside its premises and in addition to that plastic packets, plastic water bottles etc will not be allowed

    NDFB-P Observes 33rd Raising Day

    The NDFB was founded on October 3rd, 1986 at Odla Kashibari in Udalguri and took arms struggled seeking Bodoland homeland. The NDFB-P has been demanding early solution of the Bodoland statehood issue through political dialogue.

    প্লাষ্টিকৰ পৰিৱৰ্তে ব্যৱহাৰ গছৰ পাত, গোৰ্খা জনগোষ্ঠীৰ আদৰ্শনীয় পদক্ষেপ

    এফালে পৰম্পৰা ৰক্ষা আৰু আনফালে প্লাষ্টিকৰ প্ৰদূষণৰ বিৰুদ্ধে যুঁজ