32 C
Guwahati
Saturday, April 4, 2020
  • Home
  • Videos
  • T8 Radio
More

    Riki Das

    Recent articles

    তেজপুৰৰ পৰা ঢকুৱাখনালৈ আহি থকা অৱস্থাত ১৩জনৰ হাতত ছীল মাৰি দিলে স্বাস্থ্য কৰ্মীয়ে

    তেজপুৰত কৰ্মৰত মুঠ ৪০ গৰাকী যুৱক-যুৱতী তেজপুৰৰ পৰা এ,এছ-১২ বিচি ৪০২৯ নম্বৰৰ এখন বাছেৰে আহিছিল ঢকুৱাখনালৈ

    কৰ’ণা ৰোগীৰ সেৱাত থকা স্বাস্থ্যকৰ্মীলৈ নিজ হাতে ৰান্ধি আহাৰ পঠিয়াইছে মালয়েছিয়াৰ ৰাণীয়ে

    নিজৰ জীৱন উছৰ্গা কৰি স্বাস্থ্যকৰ্মীসকলে যি সেৱা আগবঢ়াই গৈছে তেওঁলোকৰ বাবে মই যিমান পাৰো মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিম

    হাজোৰ বনমালী শৰ্মাৰ ৩০লাখ টকাৰ আৰ্থিক অনুদান অসম আৰোগ্য নিধিলৈ

    কৰ'ণাই সকলোফালেই কৰি তুলিছে ভয়াবহ পৰিস্থিতি। আক্ৰান্ত হৈছে বহু লোক। আৰু সেই লোকসলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু টকাৰ। যাৰ বাবে ৰাইজৰ...

    দিল্লীঃ কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত আহে চিকিত্সক, গংগাৰাম হাস্পতালৰ ১০৮জন ষ্টাফ কোৱাৰাণ্টাইন

    হাস্পতালখনত এনেকুৱা দুজন লোকৰ কৰ'ণা পজিটিভ পোৱা গৈছে যে যিকেইজনে বেলেগ ৰোগৰ চিকিত্সা কৰিবলৈ হাস্পতাললৈ আহিছিল

    অসমত ২৫ লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা, এইবাৰ লখিমপুৰ জিলাত

    অসমত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা। এইবাৰ ৰোগী ধৰা পৰিল উত্তৰ লখিমপুৰ জিলাত। তেজৰ নমুনা পৰীক্ষাৰ পিছতে লোকজনৰ শৰীৰত ধৰা পৰে ক'ভিড...

    বৰাক নৈৰ পাৰত উদ্ধাৰ ২ বস্তা কোৰাণ শ্বৰিফ

    স্থানীয় লোকসকলে বৰাক নৈত গা ধোৱাৰ সময়ত বস্তা দুটা প্ৰত্যক্ষ কৰে

    কৰ’ণা ভাইৰাছত আক্ৰান্ত CISFৰ ১৫জন জোৱান

    কৰ্তব্যৰত অৱস্থাত থকা CISFৰ মুঠ ১৪২ জন জোৱানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল

    গোলাঘাটত ৯ জনলৈ বৃদ্ধি পালে কৰ’ণা আক্ৰান্তৰ সংখ্যা

    হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি জনহিতাৰ্থে প্ৰচাৰ কৰা হৈছে লোকজনৰ নাম

    Articles by this author

    দৰঙৰ শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠান ‘ডায়েট’ৰ শিক্ষাৰ্থীৰ আত্মহত্যা

    ডায়েটৰ দ্বিতীয় ছেমিষ্টাৰৰ প্ৰশিক্ষাৰ্থী আছিল ডিম্পল ডেকা

    দৰঙত চাঞ্চল্য; নিজ ২ পুত্ৰ-কন্যাক পুখুৰীত দলিয়াই হত্যা পিতৃৰ

    পাৰিবাৰিক কাজিয়াৰ ফলস্বৰূপে সংঘটিত হয় এই নৃশংস ঘটনা

    Breaking: খাৰুপেটীয়াত মেট্ৰিক পৰীক্ষাত অৱৰ্তীৰ্ণ ছাত্ৰীৰ আত্মহত্যা

    প্ৰেমজনিত কাৰণত আত্মহত্যা কৰা বুলি সন্দেহ পৰিয়াল তথা আত্মীয়ৰ

    খাৰুপেটীয়াত হিন্দু লোকৰ মৃতদেহ সৎকাৰ মুছলমান লোকৰ

    যি সময়ত দেশখনত একাংশ‌ই ধৰ্মীয় তথা সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি মানুহৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে ঠিক এই সময়ত এনে ভাতৃত্ববোধে দঙি ধৰিলে নিদৰ্শন

    মূল্যবৃদ্ধিৰ হাতোৰা এইবাৰ মিঠাতেলৰ ৰূপত

    কিছুদিন পূৰ্বে থকা প্ৰতি লিটাৰ ৮০ টকা মূল্যৰ স্থানীয় উৎপাদিত সৰিয়হৰ তেল বৰ্তমানে ১০০ টকা হৈছে

    দৰঙৰ কুঁৱৰী পুখুৰী মডেল হস্পিতালত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

    ৰাইজৰ অভিযোগ মতে নিশাৰ ভাগত এই আদৰ্শ চিকিৎসালয়খনত জৰুৰীভাৱে নাথাকে কোনো এজন চিকিৎসক