32 C
Guwahati
Saturday, April 4, 2020
  • Home
  • Videos
  • T8 Radio
More

    Riki Das

    Recent articles

    তেজপুৰৰ পৰা ঢকুৱাখনালৈ আহি থকা অৱস্থাত ১৩জনৰ হাতত ছীল মাৰি দিলে স্বাস্থ্য কৰ্মীয়ে

    তেজপুৰত কৰ্মৰত মুঠ ৪০ গৰাকী যুৱক-যুৱতী তেজপুৰৰ পৰা এ,এছ-১২ বিচি ৪০২৯ নম্বৰৰ এখন বাছেৰে আহিছিল ঢকুৱাখনালৈ

    কৰ’ণা ৰোগীৰ সেৱাত থকা স্বাস্থ্যকৰ্মীলৈ নিজ হাতে ৰান্ধি আহাৰ পঠিয়াইছে মালয়েছিয়াৰ ৰাণীয়ে

    নিজৰ জীৱন উছৰ্গা কৰি স্বাস্থ্যকৰ্মীসকলে যি সেৱা আগবঢ়াই গৈছে তেওঁলোকৰ বাবে মই যিমান পাৰো মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিম

    হাজোৰ বনমালী শৰ্মাৰ ৩০লাখ টকাৰ আৰ্থিক অনুদান অসম আৰোগ্য নিধিলৈ

    কৰ'ণাই সকলোফালেই কৰি তুলিছে ভয়াবহ পৰিস্থিতি। আক্ৰান্ত হৈছে বহু লোক। আৰু সেই লোকসলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু টকাৰ। যাৰ বাবে ৰাইজৰ...

    দিল্লীঃ কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত আহে চিকিত্সক, গংগাৰাম হাস্পতালৰ ১০৮জন ষ্টাফ কোৱাৰাণ্টাইন

    হাস্পতালখনত এনেকুৱা দুজন লোকৰ কৰ'ণা পজিটিভ পোৱা গৈছে যে যিকেইজনে বেলেগ ৰোগৰ চিকিত্সা কৰিবলৈ হাস্পতাললৈ আহিছিল

    অসমত ২৫ লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা, এইবাৰ লখিমপুৰ জিলাত

    অসমত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা। এইবাৰ ৰোগী ধৰা পৰিল উত্তৰ লখিমপুৰ জিলাত। তেজৰ নমুনা পৰীক্ষাৰ পিছতে লোকজনৰ শৰীৰত ধৰা পৰে ক'ভিড...

    বৰাক নৈৰ পাৰত উদ্ধাৰ ২ বস্তা কোৰাণ শ্বৰিফ

    স্থানীয় লোকসকলে বৰাক নৈত গা ধোৱাৰ সময়ত বস্তা দুটা প্ৰত্যক্ষ কৰে

    কৰ’ণা ভাইৰাছত আক্ৰান্ত CISFৰ ১৫জন জোৱান

    কৰ্তব্যৰত অৱস্থাত থকা CISFৰ মুঠ ১৪২ জন জোৱানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল

    গোলাঘাটত ৯ জনলৈ বৃদ্ধি পালে কৰ’ণা আক্ৰান্তৰ সংখ্যা

    হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি জনহিতাৰ্থে প্ৰচাৰ কৰা হৈছে লোকজনৰ নাম

    Articles by this author

    ২০১৮-১৯ বৰ্ষত এটাও গড় হত্যা হোৱা নাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত

    বিগত বৰ্ষটোত ৩০ জন চোৰাং চিকাৰী ধৰিবলৈ সক্ষম হৈছে ওৰাং ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই

    ‘Not A Single Rhino Killed In Orang National Park In 2018-19’

    The hunt for rhinos in the Orang National Park(ONP) has taken a back seat as there are no reports of fresh rhino killing in the park for a year. A forest...

    পৱিত্ৰ নামঘৰৰ আকৃতিত এখন বিদ্যালয়, ক’ৰ এই বিদ্যালয়?

    ২০০৬ চনতে স্থাপিত হোৱা এই বিদ্যালয় এতিয়া সকলোৰে আকৰ্ষণৰ বিন্দু

    BREAKING: খেতিত হাল বাই থাকোতে ট্ৰেক্টৰৰ খুন্দাত নিহত ছাত্ৰ

    ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ট্ৰেক্টৰ চালক আতাউৰ ৰহমানৰ

    দৰঙত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

    ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ কৰা হৈছে

    লোমহৰ্ষক! ভূমি বিবাদক কেন্দ্ৰ কৰি ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

    ঘটনাস্হলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে হত্যাকাৰী ভাতৃৰ পলায়ন