20.4 C
Guwahati
Saturday, April 4, 2020
  • Home
  • Videos
  • T8 Radio
More

    Sajid Hussain

    Recent articles

    Doctor Abused By BJP MLA In Cachar, Probe Ordered

    Cachar district administration has ordered a probe into the alleged incident of abuse and harassment of a government doctor while on duty by...

    লকডাউনত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বাবে পুত্ৰই পিতৃৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

    সন্ত কুঞ্জ দক্ষিণ থানাত দিয়া এজাহাৰ অনুসৰি, পুত্ৰই কৈছিল যে তেওঁৰ পিতৃয়ে সদায় পুৱা ৮ বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, কেইবাবাৰো বুজোৱাৰ পিছতো ঘৰত থাকিব নিবিচাৰে

    কৰ’ণা ভাইৰাছঃ অসমত নতুনকৈ ৪জন দেহত Covid-19 পজিটিভ

    আজি চিনাক্ত হোৱা ৪জন লোকেই নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতিছিল

    কন্নৌজৰ জামা মছজিদত সমূহীয়া নামাজত বাধা প্ৰদান কৰাৰ বাবে আৰক্ষীক আক্ৰমণ, কেইবাজনো আহত

    উত্তৰ প্ৰদেশ চৰকাৰে আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা যাওক আৰু ইয়াৰ আধাৰতে আৰক্ষীয়ে মছজিদৰ পৰা লোকসকলক আঁতৰাবলৈ চেষ্টা চলাইছিল কিন্তু লোকসকলে আৰক্ষীৰ ওপৰতেই আক্ৰমণ চলায়

    ৭ এপ্ৰিলৰ পৰা এমাহলৈ লক ডাউন ছিংগাপুৰ, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ এই ঘোষণা

    দেশখনত শেহতীয়াকৈ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা। বৰ্তমান ছিংগাপুৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১,০৪৯জন আৰু এইপৰ্যন্ত মৃত্যু হৈছে ৫জনৰ

    লকডাউনৰ মাজতে ভূমি বিবাদক লৈ সহোদৰৰ মাজত তুমুল সংঘৰ্ষ

    প্ৰচণ্ড মাৰপিটত ছয়জনকৈ লোক গুৰুতৰভাৱে আহত

    All You Need To Know About Govt’s New COVID-19 Tracking App ArogyaSetu

    The Government of India launched a mobile app developed in a public-private partnership to track novel coronavirus (COVID-19). It has been developed by...

    কৰ’ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ স্মৰণত ৪ এপ্ৰিলত শোক দিৱস চীনত

    শনিবাৰে পুৱা ১০ বজাত দেশজুৰি চীনৰ লোকসকলে কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকসকলৰ বাবে ৩ মিনিটলৈ মৌন অৱলম্বন কৰিব

    ৰামায়ণৰ জনপ্ৰিয়তা, প্ৰথম ৪টা খণ্ডতেই ১৭০ মিলিয়ন দৰ্শক

    দ্বিতীয়বাৰৰ বাবে সম্প্ৰচাৰিত হোৱা ৰামায়ণ এতিয়া TRPত শীৰ্ষত

    Articles by this author

    সম্প্ৰীতিৰ অনন্য নিদৰ্শন; একেখন মঞ্চতে হিন্দুৱে কৰিলে ভাওনা মুছলমানে গালে জিকিৰ

    ভাওনা প্ৰতিযোগিতা সমাৰোহত মুছলমান সমাজে দিলে আদৰণি তোৰণ

    তিতাবৰত আতংক;ঠেঙাল ভৱনত এনিশা কটাই যোৱা আমেৰিকাৰ মহিলাৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ

    তিতাবৰৰ ঠেঙাল ভৱনৰ ১ নম্বৰ কোঠাত আছিল আমেৰিকাৰ এক দম্পতী। বৰ্তমান তেওঁলোক থকা কোঠাটো বন্ধ কৰি থোৱা হৈছে

    তিতাবৰত চিকিৎসকৰ মহানুভৱতা; কান্ধত তুলি আনিলে ৰোগীক

    চিকিৎসক দুলেন বৰাই ২০০ মিটাৰ পথ ৰোগীগৰাকীক কান্ধত তুলি আনে

    ৰক্ষকেই ভক্ষক! ঘোচ লোৱাৰ কথা নিজ মুখে স্বীকাৰ এজন ASIৰ

    বৰহোলা বোকাজানৰ এজন লোকৰ পৰা নগদ ধন লৈছিল সহকাৰী উপ-পৰিদৰ্শকগৰাকীয়ে। তাৰ পিছতে ঘোচ লোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত

    Breaking: তিতাবৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী

    বন বিভগৰ বিষয়াই বাঘটোৰ বয়স আনুমানিক ৬/৭ বছৰ হ'ব বুলি জানিবলৈ দিয়ে

    Breaking: তিতাবৰত ৩খনকৈ সোণৰ বিস্কুট উদ্ধাৰ

    আৰু এই সোণৰ বিস্কুট কেইখন না না প্ৰলোভনেৰে বিক্ৰী কৰিবলৈ চেষ্টা কৰে লোকজনক