29 C
Guwahati
Tuesday, August 11, 2020
  • Home
  • Videos
  • TIMECAST
More

    Sanjay Pareek

    Articles

    আজমল ফাউণ্ডেচনৰ বদান্যতা: শিৱসাগৰত ৩০০ পৰিয়াললৈ ৫ দিনৰ খাদ্য বিতৰণ

    ফাউণ্ডেচনটোৰ এনে বদান্যতাক কৃতজ্ঞতা জনাইছে আহোম সেনা আৰু অনুসূচীত জাতি ছাত্ৰ সন্থাই

    সুৰাৰ লোভ এৰিব নোৱাৰি সুৰাৰ বিপণীত সোমাই চোৰে লুটিলে ৮০হাজাৰ টকাৰ সুৰা

    নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ, শিৱসাগৰ ৰে'ল ষ্টেচন পথৰ সন্মুখৰ এচ. বি ৱাইন শ্বপত সংঘটিত হৈছে চুৰি কাণ্ড

    নিশাৰ অন্ধকাৰৰ সুযোগ লৈ লোক চক্ষুৰ অজ্ঞাতে শিৱসাগৰত কোনে এৰি থৈ গ’ল এগৰাকী অসুস্থ মহিলা

    মহিলাগৰাকীক এম্বুলেঞ্চৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়

    KMSS Chief Akhil Gogoi Arrested Again, This Time In A New Case

    Akhil Gogoi was kept at Sivasagar jail to date since March 23, 2020 and was supposed to appear a hearing through video conferencing in a case by Sivasagar Sadar police

    মুকলি আকাশৰ তললৈ অহাৰ লগে লগে পুনৰ গ্ৰেপ্তাৰ অখিল গগৈ

    গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীক অখিল গগৈয়ে ক'লে- 'সামাজিক দূৰত্ব মানি চলক, মোক হাতত নধৰিব, মোৰ জ্বৰ হৈ আছে।'

    বিজেপিৰ শীৰ্ষ নেত্ৰীৰ ঘৰত জব্দ ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা

    অবৈধ সুৰাৰ লগতে আটক সুৰা ব্যৱসায়ী বিজেপি নেত্ৰীৰ স্বামীসহ ১০ জন