30 C
Guwahati
Monday, July 13, 2020
  • Home
  • Videos
  • TIMECAST
More

    Sayanika Deka

    Articles

    পদপথত চানা-তামোল বিক্ৰী কৰি ভাল ফলাফল কৰা শিল্পাৰ সপোন আৰক্ষী বিষয়া হোৱাৰ

    পিতৃহাৰা শিল্পাৰ কষ্টকৰ জীৱন। পঢ়াৰ সমান্তৰালকৈ মাতৃৰ লগত পদপথতে চানা, পকৰি, তামোল আদি বিক্ৰী কৰি আজি পিন্ধিলে সফলতাৰ মুকুট। দুবেলা দুমুঠি ভাত মোকলাই চৰকাৰী বিদ্যালয়ত পঢ়া শিল্পাৰ সামৰ্থ্য নাছিল কোনো ঘৰুৱা শিক্ষকৰ...

    ক্ৰিকেটাৰ হোৱাৰ সপোন ৮২শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা কাঠমিস্ত্রীৰ পুত্ৰৰ

    সকলোৰে সপোন ভৱিষ্যতে একো একোজন সফল ডাক্তৰ, ইঞ্জিনীয়াৰ, প্ৰৱক্তা বা প্ৰশাসনিক বিষয়া আদি হোৱাৰ কিন্তু বিশ্বনাথৰ সেৱাগ ভট্টৰায়ৰ সপোন ক্ৰিকেটাৰ হোৱাৰ হে

    বিৰোধীক লৈ এতিয়া চিন্তা কৰা সময় নহয়, কৰ’ণা যুঁজ হে প্ৰকৃত যুঁজ: হিমন্ত

    বিৰোধী দলপতি দেবব্ৰত শইকীয়াই হিমন্ত বিশ্ব শৰ্মা কোৱাৰেণ্টাইনত নথকাক লৈ সংবাদ মাধ্যমৰ আগত অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ

    মাছ ধৰা জালত উদ্ধাৰ মহিলাৰ মৃতদেহ, এই ঘটনা বিশ্বনাথৰ

    বিশ্বনাথ-পানপুৰ মথাউৰীৰ সমীপৰ ৫ নং কুমলীয়াৰ ঝুলাপাৰাত ব্রহ্মপুত্র নদীৰ সমীপতে থকা দ’ খাৱৈত পৰি কালি সন্ধাহীন হোৱা অচিনাকী মহিলাৰ মৃতদেহটো শুকুৰবাৰে উদ্ধাৰ হয়। স্থানীয় ৰাইজে আজি জাল মাৰি পুৱাৰে পৰা উদ্ধাৰ অভিযানত নামে আৰু অৱশেষত...

    কৰ’ণা সন্ত্ৰাসৰ মাজতে বিশ্বনাথত কোৱাৰাণ্টাইনত থকা ব্যক্তি গৈছে মৰ্ণিং ৱাকলৈ

    সম্প্ৰতি ৰাজ্যৰ কেইবাটাও কোৱাৰাণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোকৰ মাজত ব্যাপক ভাৱে বৃদ্ধি পাইছে কভিড-১৯ পজিটিভৰ সংখ্যা। ৰাজ্যত ১০০ৰ ওপৰ কভিড আক্ৰান্ত ব্যক্তি বাহিৰৰ পৰাই অহা। তেনে এক জটিল সময়তে বিশ্বনাথৰ এটা কোৱাৰাণ্টাইন চেণ্টাৰে নিদ্ৰাহৰণ...

    বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি, লগতে বহু ক্ষেত্ৰত নিষেধাজ্ঞা

    এই নিৰ্দেশ লকডাউন অব্যাহত থকালৈকে বাহাল থাকিব