29 C
Guwahati
Tuesday, August 11, 2020
  • Home
  • Videos
  • TIMECAST
More

    Smita Rani Deka

    Articles

    ১০০০ কোটি টকাৰ ক্ষতি হৈছে ভাৰতত আৰু ৬০০ কোটি টকা অসমত ক্ষতি হৈছেঃ চন্দ্ৰমোহন পাটোৱাৰী

    যদি জাপান, কোৰিয়া আৰু আমেৰিকাৰ পৰা কোম্পানী আহে ভাৰতত বিনিয়োগ কৰিবলৈ সেই কোম্পানীসমূহ অসমত আনিবলৈ মুখ্যমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰিছে বুলিও ক'লে চন্দ্ৰমোহন পাটোৱাৰীয়ে

    মহানগৰীত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাক লৈ নতুন নিৰ্দেশনা; প্ৰতিখন দোকান খুলিব পাৰিব সপ্তাহত দুদিনঃ জিলা উপায়ুক্ত

    পাইকাৰী বজাৰতো একেই নিয়ম প্ৰযোজ্য হ'ব। লকডাউনৰ সময়ছোৱত দোকানৰ মালিকসকলক ভাড়া কমাই ল'বলৈ বা ভাড়া নল'বলৈ আহ্বান জিলা উপায়ুক্তৰ

    সুৰাপায়ী সকলৰ বাবে সুখবৰ; গ্ৰীণ জ’নত আজিৰে পৰা খোল খাব সুৰাৰ বিপণী

    গ্ৰাহক আৰু বিক্ৰেতাই মানি চলিব লাগিব সকলো নীতি নিৰ্দেশনা

    Govt Offices Reopen In Assam, But With Limited Attendance

    All the departments of Assam government in the State Secretariat – Janata Bhawan - started functioning from April 21st, 2020. Elaborate arrangements of hand sanitizers and hand washbasins have been made...