30 C
Guwahati
Tuesday, July 14, 2020
  • Home
  • Videos
  • TIMECAST
More

    Yasin Mazumder

    Articles

    কাছাৰ জিলাত একেটা ডালতে চিপ লৈ আত্মহত্যা প্ৰেমিক প্ৰেমিকাৰ

    বৰ্তামানে ৰহস্যৰ মাজত সোমাই পৰিছে আত্মহত্যাৰ কাৰণ, কিয় আত্মহত্যা কৰিলে দুয়ো সেই ৰহস্য ভেদ কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে

    কাছাৰৰ জয়পুৰত ভয়ংকৰ ভূমিস্খলন; একেটা পৰিয়ালৰ ৭জনকৈ লোক নিহত

    বৰ্তমানলৈকে দুগৰাকী মহিলাসহ ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে

    শিলচৰ বিমানবন্দৰৰ পৰা বাতিল সকলো বিমান যাত্ৰা

    শিলচৰ বিমান প্ৰাধিকৰণে টুইটাৰ যোগে সদৰি কৰে এই ঘোষণা

    মৰিগাঁৱত এমাহ এদিনৰ অন্তত কোৱাৰাণ্টাইনৰ পৰা যাবলৈ দিয়া হ’ল ১৫জন লোকক

    জিলাখনৰ জাগীৰোডৰ ১২জন, লাহৰীঘাটৰ ২জন আৰু মৈৰাবাৰীৰ বহলামুখৰ এজন লোকক কোৱাৰাণ্টাইনত ৰখা হৈছিল

    বিহুত পিঠা-লাড়ু নালাগে, লাগে ড্ৰাগছ; এম্বুলেঞ্চত ৰোগীৰ সলনি উদ্ধাৰ ড্ৰাগছ

    এম্বুলেঞ্চখনৰ পৰা তিনি লাখ টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে

    বৰাক নৈৰ পাৰত উদ্ধাৰ ২ বস্তা কোৰাণ শ্বৰিফ

    স্থানীয় লোকসকলে বৰাক নৈত গা ধোৱাৰ সময়ত বস্তা দুটা প্ৰত্যক্ষ কৰে