22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় Ayodhya Verdict: মুম্ৱাইত ১৪৪ ধাৰা, দেশজুৰি এলাৰ্ট

    Ayodhya Verdict: মুম্ৱাইত ১৪৪ ধাৰা, দেশজুৰি এলাৰ্ট

    ইফালে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। কেইবাখনো ৰাজ্যত বন্ধ ৰখা হৈছে স্কুল-কলেজ

    আজি উচ্চতম ন্যায়ালয়ে দিব আজি অযোধ্যা বিবাদৰ ৰায়। ইয়াকে লৈ মুম্ৱাইত ১৪৪ ধাৰা জাৰি কৰা হৈছে। দুপৰীয়া ১১ বজাৰ পৰা জাৰি হৈছে ১৪৪ ধাৰা। ইয়াৰোপৰি সম্পূৰ্ণ চহৰখনত ৪০ হাজাৰতকৈ অধিক আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে।

    অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় এনএছএ
    আৰম্ভ হ’ল অযোধ্যা বিবাদৰ ৰায়দান। ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় গৃহ সচিব অভিষেক ভল্লা আৰু এনএছএ অজিত ডোভাল। ৰায়দানৰ পিছত সুৰক্ষাৰ ক্ষেত্ৰত আলোচনা সাক্ষাতকালত।

    আনহাতে অযোধ্যা বিবাদৰ ৰায়ৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট,

    ইফালে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। কেইবাখনো ৰাজ্যত বন্ধ ৰখা হৈছে স্কুল-কলেজ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...