20 C
Guwahati
Tuesday, April 13, 2021
More

    দিল্লীত চিকিত্সক-মেডিকেল ষ্টাফ আক্ৰান্ত, NDMCৰ ৩৯জন কৰ্মচাৰীৰো কৰ’ণা পজিটিভ

    বাবু জগজীৱন ৰাম হাস্পতালত নতুনকৈ ৭জন লোক আক্ৰান্ত হৈছে কৰ'ণাত। এই ৭জন লোকৰ ভিতৰত আছে চিকিত্সক আৰু হাস্পতালৰ ষ্টাফ

    দিল্লীত কৰ’ণাৰ সন্ত্ৰাস অব্যাহত। বাবু জগজীৱন ৰাম হাস্পতালত নতুনকৈ ৭জন লোক আক্ৰান্ত হৈছে কৰ’ণাত। এই ৭জন লোকৰ ভিতৰত আছে চিকিত্সক আৰু হাস্পতালৰ ষ্টাফ। তথ্য অনুসৰি ইয়াৰ পূৰ্বে এই হাস্পতালখনতে ৭জন লোকৰ কৰ’ণাত আক্ৰান্ত হৈছিল। চিকিত্সক আৰু হাস্পতালৰ ষ্টাফ মিলি মুঠ ১৪জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

    ইয়াৰোপৰি উত্তৰ দিল্লী নগৰ নিগমৰ ৩৯জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। ইয়াৰ প্ৰায়ভাগে চাফ-চিকুণ কৰা কৰ্মচাৰী। দিল্লীত বৃদ্ধি হৈ গৈ আছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা। বৰ্তমানলৈ ২৫০০তকৈ অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰে ৫০জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে। ইয়াৰ মাজতে এটা সুখবৰ যে দিল্লীত প্লাজমা থেৰেপীৰ ট্ৰায়েল সফল হৈছে।

    ইয়াৰ পূৰ্বে দিল্লীৰ জহাংগীৰপুৰী এলেকাৰ এছ ব্লকৰ এটা গলিতে ৪৬জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। দিল্লীৰ কেৱল এইটো এলেকাত ৮৯জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে চি ব্লকত ৩১ গৰাকী লোক আক্ৰান্ত হৈছিল আৰু জহাংগীৰপুৰী আৰক্ষী থানাৰ ৭জন লোক কৰ’ণাত আক্ৰান্ত হৈছে।

    জহাংগীৰপুৰীৰ পূৰ্বে চুৰী বালানতো এটা পৰিয়ালৰ ১১জন লোকৰ দেহত পোৱা গৈছিল কৰ’ণা পজিটিভ। ইয়াত ২টি শিশুো অন্তভুৰ্ক্ত আছিল।

    Photo credit: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam: Writer Sikha Sarma receives rape threat in Facebook

    Rongmon Nath, a student of Gauhati University, made derogatory remarks against Sikha Sarma in a Facebook post.

    BREAKING: ULFA (I) warns of ‘Action’ against Tata’s Amalgamated Plantation in Assam

    The outfit said that the company's head office was outside Assam where no indigenous personnel from Assam were in employment

    Breaking | Sikha Sarma slapped with sedition charges, sent to judicial custody

    Sikha Sarma in a Facebook post refused to consider the soldiers killed in the Maoist attack in Chhattisgarh as martyrs

    Assam Phase III Polls: Fate of 337 candidates in fray including 25 women

    Election Commission of India is ready to conduct polling at 11,401 centers

    Ex-CM Bhumidhar Barman is stable, still in ICU: APCC

    Ex-CM Barman is being treated under the supervision of Dr Sohidul Alom Choudhury

    Pramila Rani Brahma alleges malpractice by UPPL party ahead of polling in Kokrajhar

    BPF candidate from Kokrajhar East Constituency Pramila Rani Brahma cast her vote at Kokrajhar Vidyapith High School