24.1 C
Guwahati
Monday, June 1, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত 'Baby Mufflerman'

    দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত ‘Baby Mufflerman’

    অনুষ্ঠানটিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা অৱয়ান তমাৰে অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছিল

    আজি দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত ক্ৰমাগত তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। এই শপতগ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে Baby Mufflerman। Baby Mufflerman হিচাপে পৰিচিত ১ বছৰীয়া কণমানি অৱয়ান তমাৰে মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কণমানিটিক এবাৰ কোলাত লোৱা বা হাত মিলোৱা আৰু ছেলফী ল’বলৈ আগ্ৰহ প্ৰকাশ কৰে অনেক লোকেই।

    অনুষ্ঠানটিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা অৱয়ান তমাৰে অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছিল।

    উল্লেখ্য যে ১১ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক’লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটি অৰবিন্দ কেজৰিৱালৰ ৰূপ ধাৰণ কৰি জনপ্ৰিয় হৈ পৰিছিল Baby Mufflerman নামেৰে। আজিও সেই একেই ৰূপ ধাৰণ কৰি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হয় কণমানি অৱয়ান তমাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING