পুনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ’ব ভুৱনেশ্বৰ কলিতা। ৰাজ্যসভাৰ পৰা জয়ী হৈ আহিব ভুৱনেশ্বৰ কলিতা। নেডাৰ দ্বিতীয় সমাৰোহত অংশ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিলে এই কথা।
উল্লেখ্য যে মোদী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছতে কংগ্ৰেছ দল এৰাৰ লগতে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিছিল ভুৱনেশ্বৰ কলিতাই আৰু তাৰ পিছতে যোগদান কৰে বিজেপিত।