31 C
Guwahati
Friday, August 7, 2020
  • Home
  • Videos
  • TIMECAST
More

    কমলনাথ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বিজেপি

    ৰাজ্যপালে সদনত উপস্থিত হৈ অভিভাষণ মাত্ৰ ১ মিনিট পাঠ কৰি সমাপ্ত কৰিলে

    সোমবাৰ মধ্যপ্ৰদেশত ৰাজনৈতিক ঘটনাক্ৰম দ্ৰুতগতিত পৰিৱৰ্তন হয়। আস্থা ভোটক লৈ পুৱাৰে পৰা যি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল সেয়া ৰাজ্যপালৰ অভিভাষণৰ লগতে সমাপ্ত হৈ যায়। অধ্যক্ষই কৰ’ণা ভাইৰাছক কাৰণ বুলি কৈ সদন ২৬ মাৰ্চলৈ স্থগিত কৰিলে। ইয়াৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছে নিজৰ প্ৰতিগৰাকী বিধায়কক সদনৰ ভিতৰলৈ লৈ আহে।

    অভিভাষণৰ পূৰ্বে মুখ্যমন্ত্ৰী কমলনাথে ৰাজ্যপালক এখন পত্ৰ লিখিলে আৰু ক’লে যে বিশ্বাসমত প্ৰমাণ কৰাৰ এইটো সময় উচিত নহয়। ইফালে ৰাজ্যপালে সদনত উপস্থিত হৈ অভিভাষণ মাত্ৰ ১ মিনিট পাঠ কৰি সমাপ্ত কৰিলে। আজি বিধানসভাৰ পৰিৱেশ কিছু পৰিৱৰ্তন হয়। সদনত প্ৰতিগৰাকী বিধায়কে মাস্ক পিন্ধি সোমাইছিল আৰু তেওঁলোকৰ হাতত আছিল ছেনিটাইজাৰ।

    বিজেপিয়ে কমলনাথ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰে।

    Photo credit: indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Rhino baby rescued in Kaziranga National Park

    At least 170 animals were rescued including three rhinos, 120 hog deer and 30 pythons

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    PM Modi only makes “Jhumlas”: Tarun Gogoi

    This year, Assam has witnessed a devastating flood with over 100 people died and over 56 lakh people being affected since May 22

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’