তিতাবৰ চক্ৰ বিষয়া কাৰ্যালয়ত ক’লা পতাকা উৰুৱালে AJYCPয়ে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, CAB আমি নামানো আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ AJYCPৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo : Time8
Photo : Time8

অস্তিত্ব ৰক্ষাৰ যুঁজত অসমীয়া। সমগ্র অসমতে জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ হৈ থকাৰ মাজতে তিতাবৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ। কৰবাত যদি পুত্তলিকা দাহ ,আকৌ কৰবাত জোঁৰ সমদল।

তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিয়ে তিতাবৰ চক্ৰ বিষয়া কাৰ্যলয়ৰ গেটত উৰুৱালে ক’লা পতাকা। কাৰ্যালয় চলি থকাৰ সময়তে ক’লা পতাকা উৰুৱাই সংগঠনটোৱে। সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, CAB আমি নামানো আদি শ্ল’গানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

Related Post