31 C
Guwahati
Saturday, May 30, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম Breaking: সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ULFA(I), NDFB(S), KLO সংগঠনৰ ৬৪৪ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

    Breaking: সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ULFA(I), NDFB(S), KLO সংগঠনৰ ৬৪৪ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

    বি চাওৰাইগ্ৰা আৰু বি ফেৰেংগাৰ পিছত শান্তি আলোচনাৰ প্ৰতি সহাৰি জনায় মুকলি আকাশৰ তললৈ ওলাই আহে এইসকল উগ্ৰপন্থী নেতা

    গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আত্মসমৰ্পণ শ শ উগ্ৰপন্থীৰ। মুখ্যমন্ত্রী তথা গৃহমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আত্মসমৰ্পণ কৰে এইসকল বিদ্ৰোহী নেতাই। দীৰ্ঘকাল ধৰি আত্মগোপন কৰি থকা এইসকল বিদ্ৰোহী নেতাই এতিয়া ঘূৰি আহিছে মূল সূঁতিলৈ। সোণোৱালৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে অসম ডি জি পি ভাস্কৰ জ্যোতি মহন্ত।

    ইয়াৰ ভিতৰত উল্লেখ যোগ্য এনডিএফবি এছৰ দুৰ্ধৰ্ষ নেতা ভি বিদায় ওৰফে বিষ্ণু বসুমতাৰি, দুৰ্ধৰ্ষ শ্বাৰ্প শ্বুটাৰ বি বাথা ওৰফে বিনোদ মুছাহাৰী আদি। লগতে আছে অন্য ৬৪৪ গৰাকী বিদ্ৰোহী নেতা। আত্মসমৰ্পন কৰি এই সকল নেতাই জমা দিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

    বি চাওৰাইগ্ৰা আৰু বি ফেৰেংগাৰ পিছত শান্তি আলোচনাৰ প্ৰতি সহাৰি জনায় মুকলি আকাশৰ তললৈ ওলাই আহে এইসকল উগ্ৰপন্থী নেতা।

    Facebook URL

    মূলসূঁতিলৈ ৬৪৪জন উগ্ৰপন্থী কেডাৰ LIVE

    মূলসূঁতিলৈ ৬৪৪জন উগ্ৰপন্থী কেডাৰ LIVE

    Posted by TIME8 on Wednesday, 22 January 2020

    Embedded content from facebook.com can’t be previewed in the editor.

    উল্লেখযোগ্য যে এনডিএফবি (এছ)ৰ উপাধ্যক্ষ দায়িত্বত থকা বিদায় ওৰফে বিষ্ণু বসুমতাৰি শোণিতপুৰ জিলাৰ আদিবাসী নিধন যজ্ঞৰ পাছতে মষ্ট ৱান্টেড হৈ পৰিছিল। বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত অভিযুক্ত বিদায়ক কৰায়ত্ব কৰাৰ বাবে কেইবা বাৰো সেনা আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁক কৰায়ত্ব কৰিব পৰা নাছিল।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING