29 C
Guwahati
Wednesday, October 20, 2021
More

    বাংলাদেশী সীমান্তৰক্ষী বাহিনীৰ গুলীচালনাত নিহত এজন BSF জোৱান, এজন আহত

    সীমান্তত অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্যৰে সীমান্তত উপস্থিত হৈছিল BSFৰ জোৱান

    পশ্চিমবংগৰ বাংলাদেশ সীমান্তৰ কাকমাৰী চৰত বাংলাদেশী সীমান্তৰক্ষী বাহিনীৰ গুলীচালনাত নিহত এজন BSF জোৱান আৰু গুৰুতৰভাৱে আহত আন এজন জোৱান। বৃহস্পতিবাৰে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

    গুলীচালনাত BSF প্ৰধান কনিষ্টবলজনক মুৰ্ছিদাবাদ জিলাৰ সীমান্তত গুলী চলাই হত্যা কৰে। সীমান্তত অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্যৰে সীমান্তত উপস্থিত হৈছিল BSFৰ জোৱান। প্ৰাথমিক তথ্য অনুসৰি এই আক্ৰমণ কৰিছিল BGBৰ সেনাই।

    গুলীবৰ্ষণত আন এজন জোৱানত গুৰুতৰভাৱে আহত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING