Skip to content

CAAৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অধিবক্তা হৈ যুঁজিব তৰুণ গগৈয়ে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
তৰুণ গগৈৰ সৈতে থাকিব জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আইনী যুঁজত নামিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ পোছাক পিন্ধি CAAৰ বিৰুদ্ধে ওকালতি কৰিব তৰুণ গগৈয়ে। ওকালতিৰ সময়ত তৰুণ গগৈৰ সৈতে থাকিব জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম।

Photo Credit : Dikshit Sharma

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp