নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আইনী যুঁজত নামিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ পোছাক পিন্ধি CAAৰ বিৰুদ্ধে ওকালতি কৰিব তৰুণ গগৈয়ে। ওকালতিৰ সময়ত তৰুণ গগৈৰ সৈতে থাকিব জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম।
Photo Credit : Dikshit Sharma