31 C
Guwahati
Thursday, October 1, 2020
  • Home
  • Videos
  • TIMECAST
More

    জুবিনৰ খং নুঠাব; ১৯৭১ চনৰ পিছত কোনো ভগৱান আহিলেও তেওঁক অসমত থাকিবলৈ দিয়া নহ’বঃজুবিন গাৰ্গ

    বিজেপিয়ে যেতিয়া চৰকাৰ গঠন কৰিছিল,তেতিয়া সৰ্বানন্দ সোণোৱালক মই প্ৰথম কৈছিলো চৰকাৰে কিবা গণ্ডগোল কৰিলে জেং কৰা প্ৰথম মানুহটো ময়েই হ'ম

    কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আহ্বানত আয়োজিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ‘ৰণহুংকাৰ’ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ মঞ্চত উঠিয়েই জুবিন গাৰ্গ গৰজি উঠি কয়- জুবিনৰ খং নুঠাব। বিজেপিয়ে যেতিয়া চৰকাৰ গঠন কৰিছিল,তেতিয়া সৰ্বানন্দ সোণোৱালক মই প্ৰথম কৈছিলো চৰকাৰে কিবা গণ্ডগোল কৰিলে জেং কৰা প্ৰথম মানুহটো ময়েই হ’ম আৰু সেয়েহে এতিয়াও সকলোতকৈ প্রথমত ময়েই আছো। কিবা কথাত গ্ৰেপ্তাৰ কৰিবলগীয়া থাকিলে মোক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিলেই হ’ল।

    ১৯৭১ চনৰ পিছত কোনো ভগৱান আহিলেও তেওঁক অসমত থাকিবলৈ দিয়া নহ’ব। আমি অসমত কোনোপধ্যই কেব হ’বলৈ নিদিও। চৰকাৰে পাৱাৰ দেখুৱাইছে.. আমি ৰাইজৰ শক্তি দেখুৱাম। আনহাতে ‘ৰণহুংকাৰ’ত অংশ লৈ গৰিমা শইকীয়া গাৰ্গে কয়- আমি মৰম দিয়া চৰকাৰে আমাক আজি বাধ্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam Government to Begin ‘COVID-19 AG Test’, Results Within Hours: says Sarma

    To disburse the test reports in a faster manner, Sarma also highlighted the launching of a new COVID specific websites - covidassam.in.

    Price of Purabi Milk Hiked By Rs 4 Per Litre In Assam

    The new price of 500 ml Purabi Standard Milk will be Rs 27 and 500 ml Purabi Smart Milk will be Rs 25

    Python guards Assam MLA Mrinal Saikia’s residence

    Mrinal Saikia also revealed that the python has been with him for 18 months and now has become his pet. However, it sometimes does attack the chickens in his house

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Assam Police Recruitment Scam: BJP Leader Hides Self; Top Cop on the Run

    CID has raided the residence of a former Assam Police deputy inspector general (DIG) PK Dutta who has emerged as a key accused

    Assam: No ‘Mandatory’ Home Quarantine for Incoming Air Passengers if test Negative

    The Assam government has issued fresh home quarantine rules on Friday for the air passengers arriving in Guwahati