28 C
Guwahati
Tuesday, November 19, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয়

    ৰাষ্ট্ৰীয়

    পশ্চিম বংগত যদি কুকুৰাই কণী নাপাৰে তেতিয়া আমি দোষী যদি গাইয়ে গাখীৰ নিদিয়ে তেতিয়াও আমিয়েই দোষী: আছাদুদ্দিন অৱেছী

    ‘‘য’ত আপোনাৰ নেতৃত্ব আছে তাতেই বিজেপিয়ে ১৮ খন আসন দখল কৰিছে৷ আপুনি বিজেপিৰ জয়যাত্ৰাক ৰুধিব নোৱাৰি মোলৈ কিয় আঙুলি টোৱাইছে? আমিতো এতিয়ালৈকে পশ্চিমবংগত নিৰ্বাচন খেলা নাই৷’’

    MORE TOP STORIES

    বানাৰস হিন্দু বিশ্ববিদ্যালয়ত সংস্কৃত বিভাগত মুছলমান অধ্যাপক নিযুক্তিক লৈ আন্দোলন অব্যাহত

    ফিৰোজ খানে ছাত্ৰ সমাজৰ স্থিতিকলৈ দুখিত হৈ কয় যে, ‘‘মোৰ দেউতা ৰমজান খান সংস্কৃতৰ শাস্ত্ৰী আছিল৷ দেউতাক দেখিয়েই মই সংস্কৃত অধ্যয়ন কৰিবলৈ প্ৰেৰণা পাইছিলো৷ মই দ্বিতীয় শ্ৰেণীৰ পৰাই সংস্কৃত পঢ়া আৰম্ভ কৰিছো

    বগা হ’বলৈ কি কৰিব লাগে ছাৰাই দিলে পৰামৰ্শ!

    মানুহে ইচ্ছা কৰিলে নিজৰ দেহৰ বৰণ একেবাৰে সহজ পদ্ধতিত সলাব পাৰে৷ আপুনি যদি সোণোৱালী বৰণৰ অধিকাৰী হ’বলৈ বিচাৰিছে তেন্তে আপুনি দেহত ব্ৰঞ্জৰ লেপন দিবলৈ লওক আৰু যদি আপুনি বগা হ’বলৈ বিচাৰিছে তেন্তে খুব পাউডাৰ সানক

    ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ জমীয়ত উলেমা-এ-হিন্দৰ, ক’লে- সমৰ্থন নকৰিব শিৱসেনাক

    জমিয়তৰ প্ৰধান অৰছাদ মাদানীয়ে ছোনিয়া গান্ধীক সম্বোধন জনাই পত্ৰত লিখিলে যে, 'মই আপোনাৰ দৃষ্টি মহাৰাষ্ট্ৰৰ কুটিল ৰাজনীতিলৈ লৈ যাব বিচাৰিছো আৰু আপুনি শিৱসেনাক সমৰ্থন কৰাটো দুৰ্ভাগ্যজনক

    JNU Protest: মাছুল বৃদ্ধিৰ বিৰোধিতাৰে সংসদলৈ যোৱা শিক্ষাৰ্থীক লাঠীচাৰ্জ, ৪ মেট্ৰ ষ্টেচনত সেৱা স্থগিত

    আৰক্ষীয়ে লাঠীচাৰ্জ কৰাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ। ইয়াৰ মাজতে সংসদৰ সমীপৰ ৪টা মেট্ৰ' ষ্টেচন স্থগিত কৰা হয়। লগতে ৰিং ৰোডতো তীব্ৰ যান-জঁটৰ সৃষ্টি হয়

    লোকসভাত প্ৰদূষণ আৰু কাশ্মীৰ সন্দৰ্ভত আলোচনাৰ বাবে প্ৰস্তুত চৰকাৰ

    সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত বায়ু প্ৰদূষণৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব

    সুৰক্ষাকৰ্মীয়ে কেটি পেৰীক বহুবাৰ পাছপৰ্ট খুজিছিল, কিন্তু তেওঁ দেখুওৱা নাছিল, চাওক VIDEO

    বৰ্তমান এই ভিডিঅ'টো ইনষ্টাগ্ৰামত যথেষ্ট ভাইৰেল হৈ পৰিছে। বহুজনে ক'লে যে প্ৰতিগৰাকী সাধাৰণ নাগৰিকৰ দৰে তেওঁ নিয়মসমূহ অনুসৰণ কৰাটো প্ৰয়োজন