চীনত ক’ৰোণা ভাইৰাছৰ সংহাৰ;মৃত্যুৰ সংখ্যা ৫৬৩জনলৈ বৃদ্ধি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
বুধবাৰে চীনত ৫,৩২৮জন লোকৰ দেহত ক'ৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

চীনত ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ অধিক ৰূপত বিস্তাৰ হৈ পৰিছে। এই কালান্তক ভাইৰাছৰ সংক্ৰমণ ৰুধিব পৰা নাই চীনা চৰকাৰ তথা স্বাস্থ্য বিভাগে। বুধবাৰে ক’ৰোণা ভাইৰাছৰ সংক্ৰমণত প্ৰাণ গ’ল ৭৩গৰাকী চীনা লোকৰ।

ইয়াৰ লগে লগে চীনত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬৩ জনলৈ বৃদ্ধি পালে। ইয়াৰ লগতে কালিৰ দিনটোত নতুনকৈ ৫,৩২৮জন লোকৰ দেহত ক’ৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য যে ৩,৮৫০জন চীনা নাগৰিক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসালয়ত সম্প্ৰতি মৃত্যুৰ সৈতে যুঁজি আছে।

Photo Credit:theguardian.com

Related Post